ETV Bharat / state

উত্তৰ গুৱাহাটী বটলিং প্লান্টত দুৰ্ঘটনাঃ প্লাণ্টৰ টেংকীৰ পৰা নিৰ্গত 500 ৰন্ধন গেছ - bottling plant in Guwahati

আতংকিত উত্তৰ গুৱাহাটীবাসী ৷ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল IIT-গুৱাহাটী সহ উত্তৰ গুৱাহাটীবাসী ৷

উত্তৰ গুৱাহাটী বটলিং প্লান্টৰ টেংকীৰ পৰা নিৰ্গত ৰন্ধন গেছ
author img

By

Published : Oct 25, 2019, 2:31 PM IST

গুৱাহাটী,25 অক্টোবৰ: উত্তৰ গুৱাহাটীৰ বটলিং প্ৰকল্পত ভয়ংকৰ অঘটন ৷ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল IIT-গুৱাহাটী সহ উত্তৰ গুৱাহাটীবাসী ৷ কাৰিকৰী বিজুতিৰ বাবে বটলিং প্লান্টৰ টেংকীৰ পৰা নিৰ্গত হ'ল প্ৰায় ৫০০ টন ৰন্ধন গেছ ৷ প্ৰায় এঘন্টা সময় প্ৰকল্পটোৰ পৰা নিৰ্গত হ'ল ৰন্ধন গেছ ৷ অৱশেষত অভিজ্ঞ কৰ্মী সকলৰ তৎপৰতাত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ৷

উল্লেখ্য যে, নিৰ্গত হোৱা ৰন্ধন গেছৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকা ৷ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিল যদিও বৰ্তমানেও আতংকিত উত্তৰ গুৱাহাটীবাসী ৷

Intro:*BREAKING@NORTH GHY*

👉উত্তৰ গুৱাহাটী বটলিং প্ৰকল্পত ভয়ংকৰ অঘটন ।

👉 ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল IIT-GHY সহ উত্তৰ গুৱাহাটীবাসী ।

👉 উত্তৰ গুৱাহাটী বটলিং প্লান্টৰ টেংকীৰ পৰা নিৰ্গত হ'ল প্ৰায় ৫০০টন ৰন্ধন গেছ ।

👉প্লান্টৰ টেংকীৰ পৰা প্ৰায় এঘন্টা জোৰা সময় নিৰ্গত হ'ল ৰন্ধন গেছ ।

👉 নিৰ্গত হোৱা ৰন্ধন গেছৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ কৌটি টকা ।

👉 বটলিং প্লান্টৰ কাৰিকৰী বিজুতিৰ বাবেই সংঘটিত হ'ল ভয়ংকৰ কাণ্ড ।

👉 বৰ্তমানেও ভয়ত আতঙ্কিত উত্তৰ গুৱাহাটীবাসী ।Body:North ghy @brakingConclusion:North ghy @braking
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.