ETV Bharat / state

কি অৱস্থাত আছে গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকাখন ? - গান্ধী জয়ন্তী

গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি জি এম ডি এৰ অৱহেলা ৷ 15 আগষ্টলৈ মাজত মাথো চাৰিটা দিন বাকী থকাৰ অৱস্থাটো গা লৰা নাই জি এম ডি এৰ ।

কেনে আছে গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকাখন ?
author img

By

Published : Aug 10, 2019, 6:03 PM IST

গুৱাহাটী,10আগষ্টঃ দেশৰ তৃতীয় সৰ্বোচ্চ উচ্চতাত গান্ধী মণ্ডপস্থিত ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি হেমাহী জি এম ডি এৰ । 15 আগষ্টলৈ মাজত মাথো চাৰিটা দিন বাকী থকাৰ সমান্তৰালকৈ সমাগত গান্ধী জয়ন্তীলৈ বাকী আছে কেইটামান দিন । কিন্তু এতিয়াও গা লৰা নাই জি এম ডি এৰ । যাৰ বাবে দেশৰ প্ৰতীকৰ প্ৰতি এনে অসন্মান প্ৰদৰ্শন কাৰ্যত স্থানীয় নাগৰিকসকলে কঠোৰ ভাষাৰে নিন্দা কৰিছে জি এম ডি এক । লগতে নৈ কাষৰীয়া অঞ্চলত এনে প্ৰকল্প গঠন কৰাৰ পূৰ্বে তেওঁলোকে এখন কমিটি গঠন কৰি ৰাষ্ট্ৰীয় পতাকাখন স্থাপনৰ ব্যৱস্থা ল'ব লাগিছিল বুলিও কয় স্থানীয় ৰাইজে ।

কেনে আছে গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকাখন ?

উল্লেখ্য যে বিগত বৰ্ষৰ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩১৯.৫ ফুট উচ্চতাৰ ভাৰতৰ ভিতৰতে তৃতীয় বৃহৎ পতাকাখন উত্তোলন কৰিছিল ।

Intro:গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি জি এম ডিৰ অৱহেলা

Body:দেশৰ তৃতীয় সৰ্বোচ্চ উচ্চতাত গান্ধী মণ্ডপস্থিত ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি হেমাহী জি এম ডিৰ। 15 আগষ্টলৈ মাজত মাথো চাৰিটা দিন বাকী থকাৰ লগতে সমাগত গান্ধী জয়ন্তীলৈ কেইটামান দিন বাকী আছে। কিন্তুএতিয়াও গা লৰা নাই জি এম ডিৰ। দেশৰ প্ৰতীকৰ প্ৰতি অসন্মান প্ৰদৰ্শন জি এম ডিৰ। এইক্ষেত্ৰত স্থানীয় নাগৰিক সকলে কঠোৰ ভাষাৰে নিন্দা কৰিছে জি এম ডিক। স্থানীয় নাগৰিকৰ অভিযোগৰ ভিত্তিত এয়াই নহয় পূৰ্বেও বহুবাৰ ৰাষ্ট্রীয় পতাকাখন ফাট মেলে। দেশৰ প্ৰতীকক এনেদৰে অৱহেলা কৰিছে চৰকাৰে।

লগতে নৈ কাষৰীয়া অঞ্চলত এনে প্ৰকল্প গঠন কৰাৰ পূৰ্বে তেওঁলোকে এটা কমিটি গঠন কৰি ৰাষ্ট্ৰীয় পতাকাখন স্থাপনৰ ব্যৱস্থা লব লাগিছিল বুলিও কয় স্থানীয় ৰাইজে।

বাৰম্বাৰ এনেদৰে ৰাষ্ট্ৰীয় পতাকাখন ফাট মেলাতো ই সঁচাকৈয়ে অপমানজনক কথা। গতিকে এইক্ষেত্ৰত এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰা উচিত জি এম ডিয়ে।

এইখিনিতে প্ৰশ্ন হয় যে 15 আগষ্টৰ পূৰ্বে ৰাষ্ট্ৰীয় পতাকাখন সুচল অৱস্থাত দেখা যাব নে?

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২ অক্টোবৰত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৩১৯.৫ ফুট উচ্চতাৰ ভাৰতৰ তৃতীয় বৃহৎ পতাকাখন উত্তোলন ।কৰিছিল। কিন্তু উত্তোলনৰ সম্পূর্ণ আঠটা মাহ নহওঁতেই এবাৰ নহয়, দুবাৰ নহয় ছয়বাৰকৈ ফাটিল দেশৰ সন্মানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন। উল্লেখযোগ্য যে গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত ২.৯২ কোটি টকা ব্যয় সাপেক্ষে বিগত উত্তোলন কৰা হৈছিল। গান্ধীমণ্ডপস্থিত দেশৰ তৃতীয় উচ্চতাৰ পতাকাখন ব্ৰহ্মপুত্ৰ নৈ কাষৰীয়া হোৱা হেতুকে প্ৰৱল বতাহৰ সোতৰ বাবেই ফাট মেলা বুলি সন্দেহ কৰা হৈছে। প্ৰায় ৩ কোটি টকাৰ ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় পতাকাখন বাবাৰম্বাৰ এনেদৰে ফাট মেলাত চিন্তিত কৰি তুলিছে সচেতন মহলক।
দেশৰ ভিতৰত তৃতীয় সৰ্বোচ্চ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকাখন অসমত থকাটো যিদৰে ৰাজ্যখনৰ বাবে গৌৰৱৰ কথা
ঠিক তেনেদৰে সঘনাই ফাটি থকাটোও আত্মসন্মানৰ বাবে অশুভ ঘটনা বুলি গণ্য কৰিছে স্থানীয় নাগৰিক সকলে।

note: আজিৰ ভিডিঅৰ লগত মুখ্যমন্ত্ৰীৰ পতাকা উন্মোচন কৰা ভিডিঅ দিয়া হৈছে

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.