ETV Bharat / state

বানৰ ফলত তীব্ৰ ভাবুকি পানীখাইটীবাসীলৈ

author img

By

Published : Jul 15, 2019, 3:12 PM IST

প্ৰতি মিনিটত বাঢ়ি আহিছে লুইতৰ পানী ৷ বানত বুৰ গৈছে বহু ঘৰ দুৱাৰ ৷

বানত বুৰ গৈছে বহু ঘৰ দুৱাৰ

কামৰূপ, 15 জুলাইঃ নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ ফলত বানৰ কবলৰ পৰা সাৰি যোৱা নাই পানীখাইটী অঞ্চল ৷ লুইতৰ বানত বুৰ গৈছে সমগ্ৰ অঞ্চল ৷ ইয়াৰ উপৰিও তীব্ৰ ভাবুকি আহি পৰিছে চেক্টৰ এক, চূনচালী, নুনমাটি, ফেৰীঘাটলৈ ৷ প্ৰতি মিনিটত বাঢ়ি আহিছে লুইতৰ পানী ৷ বানত বুৰ গৈছে বহু ঘৰ দুৱাৰ ৷ চিন্তিত হৈ পৰিছে পানীখাইতীৰ লোকসকল ৷ নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণে শংকিত কৰিছে অঞ্চলবাসীক ৷

নেৰানেপেৰা বৰষুনৰ ফলত জলপৃষ্ঠ বৃদ্ধি পাইছে লুইতৰ ৷ ইতিমধ্যে মহানগৰীৰ বহুস্থানত লুইতৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ৷ বিশেষকৈ পানীখাইটী অঞ্চল বুৰ গৈছে লুইতৰ বানত ৷ ইয়াৰ উপৰিও চেক্টৰ এক, চূনচালী, নুনমাটি, ফেৰীঘাটলৈ আহিছে তীব্ৰ ভাবুকি ৷ প্ৰতিমিনিটত বাঢ়ি আছে লুইতৰ পানী ৷ বানত বুৰ গৈছে বহু ঘৰ দুৱাৰ ৷ সেই অঞ্চলৰ বাসিন্দা সকল এতিয়া চিন্তিত হৈ পৰিছে ৷ নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুনেও শংকিত কৰিছে অঞ্চলবাসী ৷

Lipika deka..Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.