ETV Bharat / state

বকোৰ আলোকজাৰীত বজ্ৰপাত পৰি নিশা ভয়ংকৰ অগ্নিকাণ্ড

কথাপমি প্ৰাণ ৰক্ষা তিনি শিশুৰ লগতে পৰিয়ালটোৰ ৷ জুইত জাহ গ’ল প্ৰায় পাঁচ লাখ টকাৰ সম্পত্তি ৷

বকোৰ আলোকজাৰীত বজ্ৰপাত পৰি নিশা ভয়াংকৰ অগ্নিকাণ্ড

author img

By

Published : Aug 20, 2020, 2:04 PM IST

বকো, 20 আগষ্টঃ বকো আৰক্ষী থানাৰ অন্তৰ্গত আলোকজাৰীত বুধবাৰে নিশা এটা পকী বাসগৃহৰ ওপৰত বজ্ৰপাত পৰি সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷

বকোৰ আলোকজাৰীত বজ্ৰপাত পৰি নিশা ভয়াংকৰ অগ্নিকাণ্ড

ব্ৰজপাত পৰাৰ ফলত সৃষ্টি হয় শ্বৰ্টচাৰ্কিটৰ ৷ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ আলোকজাৰী নিবাসী ৰফিজ উদ্দিন নামৰ লোকজনৰ পুত্ৰ মতিবৰ আলীৰ ঘৰত নিশা চাৰে বাৰ মান বজাত এই ঘটনা সংঘটিত হয় ৷

নিমিষতে ঘৰটো জুইয়ে আগুৰি ধৰে ৷ তেনে অৱস্থাত ঘৰখনৰ ভিতৰত থকা তিনিটি শিশুকে ধৰি পৰিয়ালৰ লোকসকল কথমপি বাহিৰলৈ ওলাই আহি জীৱন ৰক্ষা কৰে ৷ পিছত স্থানীয় ৰাইজে পানী আৰু বোকাৰে জুই নুমুৱাবলৈ সক্ষম হয় যদিও ঘৰখন সম্পূৰ্ণৰূপে ভষ্মীভূত হৈ যায় ৷ প্ৰাকৃতিক দূৰ্যোগৰ বাবে সংঘটিত হোৱা এই অগ্নিকাণ্ডটোত পৰিয়ালটোৰ প্ৰায় পাঁচ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ জাতীয়তাবাদী ৰাজনৈতিক দল: আছু, যুৱছাত্ৰ পৰিষদে ঘোষণা কৰিলে উপদেষ্টা কমিটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.