ETV Bharat / state

বকোৰ বৰুৱাত নিশা ভয়াৱহ অগ্নিকাণ্ড - বকোৰ বৰুৱাত নিশা ভয়াৱহ অগ্নিকাণ্ড

মঙলবাৰৰ নিশা বকোৰ বৰুৱাত সংঘটিত হ'ল এক ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত ভষ্মিভূত হয় দুটাকৈ পৰিয়ালৰ বাসগৃহ ৷ উল্লেখ্য যে অগ্নিকাণ্ডৰ সময়ত ঘৰ দুটাত নাছিল কোনো লোক ৷

বকোৰ বৰুৱাত নিশা ভয়াৱহ অগ্নিকাণ্ড
বকোৰ বৰুৱাত নিশা ভয়াৱহ অগ্নিকাণ্ড
author img

By

Published : Mar 2, 2021, 10:21 PM IST

বকো,2মাৰ্চ: বকোৰ বৰুৱাত মঙলবাৰ নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত ভষ্মিভূত হয় দুটাকৈ পৰিয়ালৰ বাসগৃহ ৷ জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰাত দুয়োটা পৰিয়ালৰে বহু পৰিমাণৰ সা সামগ্ৰী আৰু লাগতিয়াল নথি পত্ৰসহ প্ৰায় ৪০,০০০ নগদ ধন জুইত জাঁহ যায় ৷

স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় যদিও সম্পূৰ্ণৰূপে জুইত জাঁহ যায় বাসগৃহ কেইটা ৷ উল্লেখ্য যে অগ্নিকাণ্ডৰ সময়ত ঘৰ দুটাত নাছিল কোনো লোক ৷

লগতে পঢ়ক: অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ অপহৃত ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.