চাংসাৰি,12 জুলাই : ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা মিঞা ভাষাৰ কবিতা বিভ্ৰাটৰ বিৰুদ্ধে চাংসাৰি আৰক্ষী থানাত গোচৰ ৰুজু। বিজেপিৰ সংখ্যা লঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক তবিবৰ ৰহমানে ৰুজু কৰিছে এই গোচৰ । আব্দুল ৰহিম,আলাম আলী আৰু ডঃ হাফিজ আহমেদৰ বিৰুদ্ধে ৰুজু কৰিছে গোছৰ ৷ অসমীয়া জাতিক হেয় প্ৰতিপন্ন কৰাৰ অভিযোগ বিজেপি নেতাগৰাকীৰ। অসমীয়া জাতিৰ সাতাম পুৰুষীয়া বান্ধোনত কেৰোণ অনাৰ অভিসন্ধি কৰা বুলি অভিযোগ কৰে তবিবৰ ৰহমানে। লগতে মিঞা জনগোষ্ঠীৰ সংগঠন হিচাপে দাবী কৰা এটা সংগঠনে মিঞা জনগোষ্ঠীৰ সংজ্ঞা নিৰূপণ কৰা কাৰ্য দুৰ্ভাগ্যজনক আখ্যা দিয়ে বিজেপি নেতাগৰাকীয়ে ।
মিঞা ভাষাৰ কবিতা বিভ্ৰাটৰ বিৰুদ্ধে গোচৰ ৰুজু - tabubur rahman
চাংসাৰি আৰক্ষী থানাত গোচৰ ৰুজু । আব্দুল ৰহিম,আলাম আলী আৰু ডঃ হাফিজ আহমেদৰ বিৰুদ্ধে গোচৰ ৷ বিজেপিৰ সংখ্যা লঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক তবিবৰ ৰহমানে ৰুজু কৰিলে এই গোচৰ
চাংসাৰি,12 জুলাই : ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা মিঞা ভাষাৰ কবিতা বিভ্ৰাটৰ বিৰুদ্ধে চাংসাৰি আৰক্ষী থানাত গোচৰ ৰুজু। বিজেপিৰ সংখ্যা লঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক তবিবৰ ৰহমানে ৰুজু কৰিছে এই গোচৰ । আব্দুল ৰহিম,আলাম আলী আৰু ডঃ হাফিজ আহমেদৰ বিৰুদ্ধে ৰুজু কৰিছে গোছৰ ৷ অসমীয়া জাতিক হেয় প্ৰতিপন্ন কৰাৰ অভিযোগ বিজেপি নেতাগৰাকীৰ। অসমীয়া জাতিৰ সাতাম পুৰুষীয়া বান্ধোনত কেৰোণ অনাৰ অভিসন্ধি কৰা বুলি অভিযোগ কৰে তবিবৰ ৰহমানে। লগতে মিঞা জনগোষ্ঠীৰ সংগঠন হিচাপে দাবী কৰা এটা সংগঠনে মিঞা জনগোষ্ঠীৰ সংজ্ঞা নিৰূপণ কৰা কাৰ্য দুৰ্ভাগ্যজনক আখ্যা দিয়ে বিজেপি নেতাগৰাকীয়ে ।
BAIHATA CHANGSARI CASE AGAINST MIYA POET
চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা মিঞা ভাষাৰ কবিতা বিভ্ৰাৎ ৰ বিৰুদ্ধে চাংসাৰি আৰক্ষী থানাত গোচৰ ৰুজু ।বিজেপি ৰ সংখ্যা লঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক তবিবৰ ৰহমানে ৰুজু কৰিলে এই গোচৰ ।আব্দুল ৰহিম, আলাম আলী আৰু ডঃ হাফিজ আহমেদ ৰ বিৰুদ্ধে ৰুজু কৰিলে এই গোচৰ । অসমীয়া জাতিৰ হেয় প্ৰতিপন্ন কৰাৰ অভিযোগ বিজেপি নেতা গৰাকীৰ । অসমীয়া জাতিৰ সাতাম পুৰুষীয়া বান্ধোনত কেৰোণ অনাৰ অভিসন্ধি কৰা বুলি অভিযোগ কৰে তবিবৰ ৰহমানে।সমগ্ৰ অসমীয়া জাতিকে দেশৰ ভিতৰতে বাহিৰে জেনোফ'বিক বুলি প্ৰচাৰ কৰা কাৰ্যক দুৰ্ভাগ্যজনক বুলি অভিযোগ কৰে বিজেপি নেতা গৰাকীয়ে ।লগতে মিঞা জনগোষ্ঠীৰ সংগঠন হিচাবে দাবী কৰা এটা সংগঠনে মিঞা জনগোষ্ঠীৰ সংজ্ঞা নিৰোপন কৰা কাৰ্য দুৰ্ভাগ্যজনক আখ্যা দিয়ে বিজেপি নেতা গৰাকীয়ে ।Body:.Conclusion:.