গুৱাহাটী, 21 ছেপ্তেম্বৰঃ দক্ষিণ কামৰূপৰ মিৰ্জাত সংঘটিত হ'ল সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । পাষণ্ড পিতৃয়ে ধৰ্ষণ কৰিলে নিজ ৭ বছৰীয়া কন্যাক ৷ পিতৃ প্ৰণৱ দাস নামৰ লোক জনে নিজ ৭বছৰীয়া কন্যাক ধৰ্ষণ কৰা বুলি এই গুৰুতৰ অভিযোগ নিজ পত্নীৰ । ধুপধাৰা কথাকঠী শিক্ষাখণ্ডৰ CRC ৰূপে কৰ্মৰত লোকজনে মিৰ্জাত তেওঁৰ দ্বিতীয় পত্নী আৰু কন্যাৰ সৈতে ভাড়াতীয়া ৰূপে বসবাস কৰি আহিছিল । উক্ত ভাড়াঘৰতে পাষণ্ড পিতৃয়ে নিজ কন্যাক ধৰ্ষণ কৰা বুলি গুৰুত্বৰ অভিযোগ তুলিছে পত্নীয়ে । উক্ত ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পত্নীয়ে । ইতিমধ্যে পত্নীৰ এজাহাৰৰ ভিত্তিত পলাশবাৰী আৰক্ষীয়ে অভিযুক্ত প্ৰণৱ দাসক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
মিৰ্জাত পিতৃয়ে ধৰ্ষণ কৰিলে নিজ ৭ বছৰীয়া কন্যাক - ধৰ্ষণ
দক্ষিণ কামৰূপৰ মিৰ্জাত সংঘটিত সভ্য সমাজক লজ্জানত কৰা এক নিলৰ্জ কাণ্ড । পিতৃ প্ৰণৱ দাস নামৰ লোক জনে নিজ ৭বছৰীয়া কন্যাক ধৰ্ষণ কৰা বুলি গুৰুতৰ অভিযোগ নিজ পত্নীৰ ।
গুৱাহাটী, 21 ছেপ্তেম্বৰঃ দক্ষিণ কামৰূপৰ মিৰ্জাত সংঘটিত হ'ল সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । পাষণ্ড পিতৃয়ে ধৰ্ষণ কৰিলে নিজ ৭ বছৰীয়া কন্যাক ৷ পিতৃ প্ৰণৱ দাস নামৰ লোক জনে নিজ ৭বছৰীয়া কন্যাক ধৰ্ষণ কৰা বুলি এই গুৰুতৰ অভিযোগ নিজ পত্নীৰ । ধুপধাৰা কথাকঠী শিক্ষাখণ্ডৰ CRC ৰূপে কৰ্মৰত লোকজনে মিৰ্জাত তেওঁৰ দ্বিতীয় পত্নী আৰু কন্যাৰ সৈতে ভাড়াতীয়া ৰূপে বসবাস কৰি আহিছিল । উক্ত ভাড়াঘৰতে পাষণ্ড পিতৃয়ে নিজ কন্যাক ধৰ্ষণ কৰা বুলি গুৰুত্বৰ অভিযোগ তুলিছে পত্নীয়ে । উক্ত ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পত্নীয়ে । ইতিমধ্যে পত্নীৰ এজাহাৰৰ ভিত্তিত পলাশবাৰী আৰক্ষীয়ে অভিযুক্ত প্ৰণৱ দাসক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
Body:Vo..দক্ষিণ কামৰূপৰ মিৰ্জাত সংঘটিত সভ্যসমাজক লজ্জানত কৰি এক নিলৰ্জ কাণ্ড । শিক্ষকৰূপি পাষণ্ড পিতৃয়ে ধৰ্ষণ কৰিলে নিজ ৭বছৰীয়া কন্যাক । এই অভিযোগ পত্নীৰ । হয়,শিক্ষকসমাৰূপি পিতৃয়ে এইবাৰ ধৰ্ষণ কৰিলে নিজ ৭বছৰীয়া কন্যাক । ধৃত লোকজনৰ নাম প্ৰনৱ দাস । এই অভিযোগ তুলিলে পত্নীয়ে । ধুপধাৰা কথাকঠী শিক্ষাখণ্ডৰ CRCৰূপে কৰ্মৰত লোকজনে মিৰ্জাত তেওৰ দ্বীতিয় পত্নী আৰু কন্যাৰ সৈতে ভাড়াতীয়াৰূপে বসবাস কৰি আহিছিল । উক্ত ভাড়াঘৰতে নিজ কন্যাক ধৰ্ষণ কৰিলে পাষণ্ড পিতৃয়ে এই গুৰুত্বৰ অভিযোগ তুলি পত্নীয়ে । ঘটনাসন্দৰ্ভত পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে পত্নীয়ে । পত্নীৰ এজাহাৰৰ ভিত্তিত 376(A) (B) Ipc,4/6 of posco Act 2012 ধাৰাৰ অধীনত বৰ্তমান পলাশবাৰী আৰক্ষী থানাত 19/434 নম্বৰত গোচৰ ৰুজু হোৱাৰ লগতে ধৃতলোকজনক গ্ৰেপ্তাৰ কৰি জেল হাজোটলৈ প্ৰেৰণ কৰে Conclusion:আনহাতে এই ঘটনা অস্বীকাৰ কৰিলে অভিযুক্ত পিতৃয়ে ।
Bite...
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam