ETV Bharat / state

ফেনীৰ প্ৰভাৱঃ ৰেল যাতায়ত ব্যাহত হোৱাৰ ফলত যাত্ৰীৰ হাহাকাৰ

ওড়িশাত তাণ্ডৱ চলোৱা ফেনীয়ে আতংকিত কৰি তুলিছে ৰঙিয়াবাসীক। বিগত কেইবাদিনৰ পৰা ৰঙিয়াৰ আকাশ একেৰাহে মেঘাচ্ছন্ন হৈ থকাৰ পাচত শুকুৰবাৰে ৰাতিৰ পৰা বতাহৰো প্ৰকোপ বৃদ্ধি পাইছে ৷ লগতে বৃদ্ধি হৈছে ৰঙিয়াৰ মাজেৰে বোৱা বৰলীয়া নৈৰ জলস্তৰ ।

author img

By

Published : May 4, 2019, 12:01 PM IST

ফেনীৰ প্ৰভাৱ

ৰঙিয়া ,4 মেঃ ৰঙিয়াতো ফেনীৰ প্ৰভাৱ ৷ ৰেল যাতায়ত বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত ষ্টেচনত যাত্ৰীৰ হাহাকাৰ।ওড়িশাত তাণ্ডৱ চলোৱা ফেনীয়ে ৰঙিয়াবাসীক আতংকিত কৰি তুলিছে। বিগত কেইবাদিনৰ পৰা ৰঙিয়াৰ আকাশ একেৰাহে মেঘাচ্ছন্ন হৈ থকাৰ পাচত শুকুৰবাৰে ৰাতিৰ পৰা বতাহৰো প্ৰকোপ বৃদ্ধি পাইছে ৷ লগতে বৃদ্ধি হৈছে ৰঙিয়াৰ মাজেৰে বোৱা বৰলীয়া নৈৰ জলস্তৰ ।

ৰেল যাতায়ত ব্যাহত হোৱাৰ ফলত যাত্ৰীৰ হাহাকাৰ

লগতে পঢ়ক : ফেণীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত বন্ধ ফেৰীসেৱা

আনহাতে ৰঙিয়া ৰেল ষ্টেচনত ৰেল বিভাগে ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ, ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ বাতিল কৰাৰ ফলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। শুকুৰবাৰে তাম্বাৰাম এক্সপ্ৰেছখন ৰঙিয়া ৰেল জংচনত ৰখাই যাত্ৰীসকলক ৰেলৰ পৰা নমাই দিয়া হয়। ইয়াৰ পাচতে তাম্বাৰাম এক্সপ্ৰেছখন গুৱাহাটী অভিমুখে উভতাই পঠায়। তাৰ পাচতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰঙিয়া ৰেল জংচনত । ৰেল জংচনটোত যাত্ৰীসকল কোন দিশে গতি কৰিব তাৰ কোনো ঠিকনা নোহোৱা হৈ বিভিন্ন সমস্যাৰ সন্মুখীন হয়। দূৰ-দূৰণিৰ যাত্ৰীসকলে ৰঙিয়া ৰেল জংচনতে আশ্ৰয় লৈছে।

Intro:ৰঙিয়াতো ফণীৰ প্ৰভাৱ। ৰেল যাতায়ত বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত ষ্টেচনত যাত্ৰীৰ হাহাকাৰ।Body:উৰিষ্যাত তাণ্ডৱ চলোৱা ফণীয়ে ৰঙিয়াকো আতঙ্কিত কৰি তুলিছে। যোৱা কেইবাদিনৰ পৰা ৰঙিয়াৰ আকাশ একেৰাহে মেঘাচ্ছন্ন হৈ থকাৰ পিছত যোৱা ৰাতিৰ পৰা বতাহৰো প্ৰকোপ বৃদ্ধি পাইছে। ৰঙিয়াৰ মাজেৰে বোৱা বৰলীয়া নৈৰ জলস্তৰ বৃদ্ধি হৈছে।
আনহাতে ৰঙিয়া ৰেল ষ্টেচনত ৰেল বিভাগে ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ, ত্ৰিভাণ্ডৰাম এক্সপ্ৰেছ বাতিল কৰাৰ পৰিপ্ৰেক্ষিতত এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয়। যোৱা কালি তাম্বাৰাম এক্সপ্ৰেছখন ৰঙিয়া ৰেল জংচনত ৰখাই যাত্ৰীসকলক ৰেলৰ পৰা নমাই দিয়া হয় । ইয়াৰ পিছতে তাম্বাৰাম এক্সপ্ৰেছখন গুৱাহাটী অভিমুখে উভতাই পঠিয়ায় । তাৰ পিছতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰঙিয়া ৰেল জংচনত । যাত্ৰীসকলে দীঘলীয়া শাৰী পাতি যাত্ৰা কৰিবলৈ কটা টিকেট উভতাই নিজৰ নিজৰ পইচা উভতাই লবলৈ চেষ্টা কৰে । ৰেল জংচনটোত যাত্ৰীসকল কোন দিশে গতি কৰিব তাৰ কোনো ঠিকনা নোহোৱা হৈ বিভিন্ন সমস্যাৰ সন্মুখীন হয় । দূৰ-দূৰণিৰ যাত্ৰীসকলে ৰঙিয়া ৰেল জংচনতে আশ্ৰয় লৈছে । হয়তে আকৌ ৰেল চলাচল কৰিলে ৰঙিয়াৰ পৰাই যাত্ৰা আৰম্ভ কৰিব ।

BITE : (1) RAILWAY OFFICER (2) PassengerConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.