ETV Bharat / state

ফেনীৰ বাবে গুৱাহাটীৰ পৰা বাতিল হ'ল বিমান

গুৱাহাটীৰ পৰা ওড়িশাৰ ভূৱনেশ্বৰলৈ উৰা মাৰিব লগা Indigoৰ 6E0731 নম্বৰৰ বিমানখন বাতিল কৰা হয় ঘূৰ্ণীবতাহ ফেনীৰ বাবে ৷

author img

By

Published : May 3, 2019, 1:36 PM IST

গুৱাহাটী,3 মেঃ পুৰীত ইতিমধ্যে প্ৰৱেশ ঘটিছে শ্ৰীলংকাৰ দক্ষিণ দিশত উৎপত্তি হোৱা ঘূৰ্ণীবতাহ ফেনীৰ। অসমৰ পৰা 3 খনকৈ ৰেল বাতিল কৰাৰ পাচত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰৰ পৰা বাতিল হ'ল বিমান ।

Slug:- As_kam_3may_flight_cancel_801_vis+photo_as10020

ফেণীৰ বাবে বৰঝাৰত বাতিল হ'ল বিমান ।

Ocvo..আহিছে ফেণী ! পুৰীত ইতিমধ্যে প্ৰৱেশ ঘটিছে শ্ৰী লংকাৰ দক্ষিণ দিশত উৎপত্তি হোৱা ঘুৰ্ণীবতাহ ফেণীৰ । অসমৰ পৰা ৩ খনকৈ ৰেল বাতিল কৰাৰ পিছত এইবাৰ বাতিল হ'ল বিমান । বৰঝাৰ বিমানবন্দৰৰ পৰা বাতিল হ'ল বিমান । গুৱাহাটীৰ পৰা উৰিষ্যাৰ ভুৱনেশ্বৰলৈ যাব লগা বিমান বাতিল । Indigoৰ 6E0731 নম্বৰৰ বিমানখন বাতিল কৰিলে দিনৰ ১:১০ বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা উৰণৰ কথা আছিল যদিও ফণীৰ বাবে বাতিল কৰা হৈছে বিমান । উল্লেখ্য যে পুৰীত ইতিমধ্যে প্ৰৱেশ ঘটিছে ফেণীৰ ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.