ETV Bharat / state

গাৰো স্বায়ত্তশাসিত পৰিষদ গঠন সন্দৰ্ভত কাৰ্যনিৰ্বাহক সভা

কামৰূপ জিলাৰ ছয়গাঁৱৰ শান্তিপুৰত বুধবাৰে গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটীৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটীৰ সভাপতি ইনীন্দ্ৰ মাৰাকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে গাৰো মহিলা পৰিষদ আৰু গাৰো যুৱ পৰিষদৰ কাৰ্যকৰ্তাসকল ৷

কামৰূপ জিলাৰ ছয়গাঁৱৰ শান্তিপুৰ
গাৰো স্বায়ত্তশাসিত পৰিষদ গঠন সন্দৰ্ভত কাৰ্যনিৰ্বাহক সভা
author img

By

Published : Oct 28, 2020, 7:36 PM IST

বকো, 28 অক্টোবৰ : কামৰূপ জিলাৰ ছয়গাঁৱৰ শান্তিপুৰত বুধবাৰে গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটীৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ কৰ'ণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি শান্তিপুৰত থকা গাৰো জাতীয় পৰিষদৰ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় এই সভা ৷ গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটীৰ সভাপতি ইনীন্দ্ৰ মাৰাকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে গাৰো মহিলা পৰিষদ আৰু গাৰো যুৱ পৰিষদৰ কাৰ্যকৰ্তাসকল ৷

কামৰূপ জিলাৰ ছয়গাঁৱৰ শান্তিপুৰ
গাৰো স্বায়ত্তশাসিত পৰিষদ গঠন সন্দৰ্ভত কাৰ্যনিৰ্বাহক সভা

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত বসবাস কৰি অহা গাৰোসকলে দীৰ্ঘদিন ধৰি চৰকাৰক দাবী জনাই অহা গাৰো স্বায়ত্তশাসিত পৰিষদ গঠনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে গাৰোসকলক গাৰো উন্নয়ন পৰিষদ দিব বিচৰা কাৰ্যত জাঙুৰ খাই উঠে ৷

গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলাৰ সভাপতি ইনীন্দ্ৰ মাৰাকে কয় যে,গাৰো উন্নয়ন পৰিষদ 2011 চনতেই সেই সময়ৰ কংগ্ৰেছ চৰকাৰে দিব বিচাৰিছিলে যদিও গাৰোসকলে মানি লোৱা নাছিল ৷ গাৰোসকলৰ সৰ্বাংগীন উন্নয়ন আৰু অসম-মেঘালয় সীমান্তত প্ৰায়ে হৈ থকা সীমা বিবাদ গাৰোসকলক গাৰো স্বায়ত্তশাসিত পৰিষদ দিয়াৰ পাছতহে সমাধান হ'ব বুলি মন্তব্য কৰে মাৰাকে। উক্ত কাৰ্যনিৰ্বাহক সভাত কামৰূপ জিলাৰ গাৰো জাতীয় পৰিষদৰ উকিয়াম,হাহিম, নদীয়াপাৰা,ৰাণী,শান্তিপুৰ আদি আঞ্চলিক কমিটীসমূহৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : ৰাইজক বলিন চেতিয়াক আৰ্শীবাদ দিবলৈ আহ্বান ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.