ETV Bharat / state

পশ্চিম গুৱাহাটীত ইভিএম বিসংগতি - ETV BHARAT

পশ্চিম গুৱাহাটীৰ ন - বেলগুৰী নিম্ন প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ভোটাৰসকলে । যান্ত্ৰিক বিজুতিৰ বাবে ৪ বাৰকৈ ইভিএমৰ সাল-সলনি কৰিব লগা হয় কেন্দ্ৰটোত । ব্যাপক খেলি-মেলিৰ সৃষ্টি হোৱাত এতিয়া সকলো ভোটাৰে একেমুখে ধিক্কাৰ দিছে কৰ্তৃপক্ষক ।

EVM FAILURE AT WEST GUWAHATI
author img

By

Published : Apr 23, 2019, 5:29 PM IST

গুৱাহাটী, ২৩ এপ্ৰিল: ৫৪ নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত ন - বেলগুৰী নিম্ন প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত সংঘটিত হৈছে ইভিএমৰ বিসংগতি । যান্ত্ৰিক বিজুতিৰ বাবে ৪ বাৰকৈ ইভিএমৰ সাল - সলনি কৰিব লগা হয় কেন্দ্ৰটোত । উক্ত কেন্দ্ৰটোত শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলেও ভোট দিবলৈ আহি ব্যাপক অসুবিধাৰ সম্মুখীন হ'বলগীয়া হোৱাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ভোটাৰসকলে ।

EVM FAILURE AT WEST GUWAHATI

ইয়াৰোপৰি, প্ৰথমবাৰৰ বাবে ভোটদান সাব্যস্ত কৰিবলৈ আহি বহু যুৱক - যুৱতীয়ে বিস্ফোৰক মন্তব্য কৰে যে, এইয়াই তেওঁলোকৰ প্ৰথম আৰু শেষ ভোট । প্ৰায় ২৫০০ ভোটাৰ থকা কেন্দ্ৰটোত ব্যাপক খেলি - মেলিৰ সৃষ্টি হোৱাত এতিয়া সকলো ভোটাৰে একেমুখে ধিক্কাৰ দিছে ।

Slug:-A_Kam_Hungama_For_Evm_801-802_vis+bite+photo _Ajay_Das

পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত ন বেলগুৰী নিম্ন প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত EVM বিসংগতি । ভোটদান সাব্যস্ত কৰিব আহি নতুন প্ৰজন্মৰ বিষ্ফোৰক মন্তব্য এয়া " fist and last Vote " আমাৰ ।

Vo..কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত  ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ তথা ৫৪ নং পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত ন বেলগুৰী নিম্ন প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত  বিসংগতি । যান্ত্ৰীক বিজুতিৰ বাবে  ৩ বাৰকৈ EVM সাল-সলনি । ভোট দিবলৈ বুতাম টিপিলে নোলায় শব্দ, নজ্বলে লাইট । ইফালে উক্ত কেন্দ্ৰটোৰ বাবে থাকিবলগীয়া নিম্নতম সা-সুবিধাৰ বিপৰীতে শাৰীৰিকভাৱে সক্ষম ব্যক্তিও ভোট দিবলৈ আহি ব্যাপক  অসুবিধাৰ সম্মুখিন হবলগীয়া হোৱাত তীব্ৰ অসন্তুষ্টি ভোটাৰৰ মাজত ।  এফালে প্ৰথম বাৰৰ বাবে ভোটদান সাব্যস্ত কৰিব আহি এই সকল যুৱতীৰ বিষ্ফোৰক মন্তব্য " fist and last Vote " আমাৰ ।

Bite...

  হয়,প্ৰায় ২৫০০ ভোটাৰ থকা কেন্দ্ৰটোত ব্যাপক খেলি-মেলিৰে ভোটাৰ সকলে ভোটদান সাব্যস্ত  কৰে যদিও বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ প্ৰতি সকলো  ভোটাৰে একেমুখে ধিক্কাৰ দিছে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.