কামৰূপ, 20 জুনঃ চাংসাৰিত কণী ভৰ্তি এখনি ট্ৰাকক লৈ নিশা চাঞ্চল্য । চাংসাৰি আৰক্ষীয়ে জব্দ কৰি এৰি দিলে কণী ভৰ্তি ট্ৰাক । 31 নং ৰাষ্ট্ৰীয় ঘাইপথত চাংসাৰি আৰক্ষীয়ে জব্দ কৰিছিল PB-১৩-Z-০৩১৭ নম্বৰৰ ট্ৰাক খন । ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আনলোডিং কৰি থকা অৱস্থাত জব্দ কৰিছিল কণী ভৰ্তি ট্ৰাকখন । জব্দকৃত কণী ভৰ্তি ট্ৰাক খন নিশাই চাংসাৰি আৰক্ষীয়ে মোকলাই দিয়াক কেন্দ্ৰ কৰি ৰহস্য । পাঞ্জাবৰ নেচনেল পলিট্ৰি ফাৰ্মৰ পৰা গুৱাহাটীলৈ আহিছিল কণী ভৰ্তি ট্ৰাক খন । নাৰেংগী মিলিটাৰী কেম্পৰ চালানত অহা কণী ভৰ্তি ট্ৰাকখন চাংসাৰিত সন্দেহজনকভাৱে আনলোডিং কৰি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিছিল ট্ৰাকখন । 'SHAGUFA ENTERPRISE' নামৰ প্ৰতিষ্ঠানটোৰ বেনাৰত অহা কণী খিনিৰ এটা অংশ ট্ৰাকখনৰ পৰা AS-২৭-C-০৭৬৬ নম্বৰৰ পিক আপ ভেন খনত কৰা হৈছিল আনলোডিং । চাংসাৰি আৰক্ষীয়ে কণী সহ ট্ৰাক আৰু পিক আপ ভেন দুয়োখন বাহন জব্দ কৰিছিল ঘটনাস্থলীত । কিন্তু নিশাৰ ভাগত কোনো গোচৰ ৰুজু কৰা অবিহনে দুয়োখন বাহন চাংসাৰী আৰক্ষীয়ে মোকলাই দিয়ে । যাৰ বাবে চাংসাৰিৰ সচেতন মহলৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়া । ইফালে বেলতলাৰ বিকী কুমাৰ চেঠ নামৰ ব্যক্তি গৰাকীয়ে মোকলাই নিয়া বাহন দুখন বৈধ বুলি জানিবলৈ দিছে চাংসাৰি আৰক্ষীয়ে ।
চাংসাৰিত কণী ভৰ্তি ট্ৰাকক লৈ চাঞ্চল্য - অসম নিউজ
'SHAGUFA ENTERPRISE' নামৰ প্ৰতিষ্ঠানটোৰ বেনাৰত অহা কণী খিনিৰ এটা অংশ ট্ৰাকখনৰ পৰা AS-২৭-C-০৭৬৬ নম্বৰৰ পিক আপ ভেন খনত কৰা হৈছিল আনলোডিং । চাংসাৰি আৰক্ষীয়ে কণী সহ ট্ৰাক আৰু পিক আপ ভেন দুয়োখন বাহন জব্দ কৰিছিল ঘটনাস্থলীত ৷
কামৰূপ, 20 জুনঃ চাংসাৰিত কণী ভৰ্তি এখনি ট্ৰাকক লৈ নিশা চাঞ্চল্য । চাংসাৰি আৰক্ষীয়ে জব্দ কৰি এৰি দিলে কণী ভৰ্তি ট্ৰাক । 31 নং ৰাষ্ট্ৰীয় ঘাইপথত চাংসাৰি আৰক্ষীয়ে জব্দ কৰিছিল PB-১৩-Z-০৩১৭ নম্বৰৰ ট্ৰাক খন । ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আনলোডিং কৰি থকা অৱস্থাত জব্দ কৰিছিল কণী ভৰ্তি ট্ৰাকখন । জব্দকৃত কণী ভৰ্তি ট্ৰাক খন নিশাই চাংসাৰি আৰক্ষীয়ে মোকলাই দিয়াক কেন্দ্ৰ কৰি ৰহস্য । পাঞ্জাবৰ নেচনেল পলিট্ৰি ফাৰ্মৰ পৰা গুৱাহাটীলৈ আহিছিল কণী ভৰ্তি ট্ৰাক খন । নাৰেংগী মিলিটাৰী কেম্পৰ চালানত অহা কণী ভৰ্তি ট্ৰাকখন চাংসাৰিত সন্দেহজনকভাৱে আনলোডিং কৰি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিছিল ট্ৰাকখন । 'SHAGUFA ENTERPRISE' নামৰ প্ৰতিষ্ঠানটোৰ বেনাৰত অহা কণী খিনিৰ এটা অংশ ট্ৰাকখনৰ পৰা AS-২৭-C-০৭৬৬ নম্বৰৰ পিক আপ ভেন খনত কৰা হৈছিল আনলোডিং । চাংসাৰি আৰক্ষীয়ে কণী সহ ট্ৰাক আৰু পিক আপ ভেন দুয়োখন বাহন জব্দ কৰিছিল ঘটনাস্থলীত । কিন্তু নিশাৰ ভাগত কোনো গোচৰ ৰুজু কৰা অবিহনে দুয়োখন বাহন চাংসাৰী আৰক্ষীয়ে মোকলাই দিয়ে । যাৰ বাবে চাংসাৰিৰ সচেতন মহলৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়া । ইফালে বেলতলাৰ বিকী কুমাৰ চেঠ নামৰ ব্যক্তি গৰাকীয়ে মোকলাই নিয়া বাহন দুখন বৈধ বুলি জানিবলৈ দিছে চাংসাৰি আৰক্ষীয়ে ।
V/O:---চাংসাৰীত কণী ভৰ্তি এখনি ট্ৰাকক লৈ নিশা চাঞ্চল্য। চাংসাৰী আৰক্ষীয়ে জব্দ কৰি এৰি দিলে কণী ভৰ্তি ট্ৰাক। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চাংসাৰী আৰক্ষীয়ে জব্দ কৰিছিল পি বি ১৩ জেদ ০৩১৭ নম্বৰৰ ট্ৰাক খনি। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আনলোডিং কৰি থকা অবস্থাত জব্দ কণী ভৰ্তি ট্ৰাকখন। জব্দকৃত কণী ভৰ্তি ট্ৰাক খন নিশাই চাংসাৰী আৰক্ষীয়ে মোকলাই দিয়াক কেন্দ্ৰ কৰি ৰহস্য। পাঞ্জাবৰ নেচনেল পলিট্ৰি ফাৰ্মৰ পৰা গুৱাহাটীলৈ আহিছিল কণী ভৰ্তি ট্ৰাক খন। নাৰেংগী মিলিটাৰী কেম্পৰ চালানত অহা কণী ভৰ্তি ট্ৰাকখন চাংসাৰীত সন্দেহজনক ভাবে আনলোডিং কৰি থকা অবস্থাত আৰক্ষীয়ে জব্দ কৰিছিল ট্ৰাকখনি। SHAGUFA ENTERPRISE নামৰ প্ৰতিষ্ঠানটোৰ বেনাৰত অহা কণী খিনিৰ এটা অংশ ট্ৰাকখনৰ পৰা এ এছ- ২৭চি ০৭৬৬ নম্বৰৰ পিক আপ ভেন খনত কৰা হৈছিল আনডোডিং । চাংসাৰী আৰক্ষীয়ে কণী সহ ট্ৰাক আৰু পিক আপ ভেন দুয়োখন বাহন জব্দ কৰিছিল ঘটনাস্থলীত । কিন্তু নিশাৰ ভাগত কোনো গোচৰ ৰুজু কৰা অবিহনে দুয়োখন বাহন চাংসাৰী আৰক্ষীয়ে মোকলাই দিয়ে । যাৰ বাবে চাংসাৰীৰ সচেতন মহলৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়া । ইফালে বেলতলাৰ বিকী কুমাৰ চেঠ নামৰ ব্যক্তি গৰাকীয়ে মোকলাই নিয়া বাহন দুখন বৈধ বুলি জানিবলৈ দিছে চাংসাৰী আৰক্ষীয়ে ।
বাইট:---
Body:.Conclusion:.