ETV Bharat / state

Drugs peddler arrested : ৰঙিয়াত ড্ৰাগছ কণ্টেইনাৰৰ সৈতে সৰবৰাহকাৰী আটক - Anti Drugs Mission by Rangia Police

শুকুৰবাৰে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই (Anti Drugs Mission by Rangia Police) ড্ৰাগছ (Drugs Seized at Rangia) সহ এটা সৰবৰাহকাৰীক আটক কৰে (Drug Peddler Arrested by Rangia Police) ৷

drug-peddler-arrested-by-rangia-police
ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ সৰবৰাহকাৰী
author img

By

Published : Dec 27, 2021, 9:06 AM IST

ৰঙিয়া, 27 ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission) ৷ শুকুৰবাৰে ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছ বিচাৰি অভিযান চলাই নুৰুদ্দিন পথত ৷ এই অভিযানত এটা সৰবৰাহকাৰীক আটক কৰা (Drugs Peddler Arrested by Rangia Police) হয় ৷ সৰবৰাহকাৰীটোৰ লগত মজুত থকা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰো জব্দ কৰে আৰক্ষীয়ে ৷

এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে এই অভিযান চলায় ৷ আৰক্ষীয়ে মিথুন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা 7.52 গ্ৰাম ওজনৰ 5 টাকৈ ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰে । দীৰ্ঘদিনে ড্ৰাগছ সৰবৰাহকাৰীটোৱে আব্দুল কাদিৰ নামেৰে ৰঙিয়াৰ এটা ভাড়াঘৰত বাস কৰি আহিছিল ৷

উল্লেখ্য যে, বিগত মে' মাহৰ 14 তাৰিখে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত ৰঙিয়া আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল মিথুন । তাৰ পিছত জামিন লাভ কৰিয়ে পুনৰ এই ব্যৱসায়ত লিপ্ত হৈছিল । ইতিমধ্যে ৰঙিয়া আৰক্ষীয়ে এইক্ষেত্ৰত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Illigal Liquor Seized : কলিয়াবৰত বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.