ETV Bharat / state

আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Aug 20, 2021, 12:02 AM IST

Updated : Aug 20, 2021, 6:17 AM IST

মেষ ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ বজাৰলৈ যাব পাৰে ৷ আনন্দিত হ’ব ৷ মাতৃৰ পৰা প্ৰশংসা লাভ ৷

বৃষ ৰাশি : বিদেশত থকা বন্ধু বা আত্মীয়-স্বজনৰ পৰা ইতিবাচক খবৰ পাব । ভ্ৰমণৰ যোগ ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন ।

মিথুন ৰাশি : মানসিক অশান্তি হ’ব পাৰে ৷ বেয়া ভাৱ মনলৈ নানিব ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ খৰচ বৃদ্ধি ৷ ধ্যান বা যোগাসন কৰক ৷

কৰ্কট ৰাশি : দিনটো প্ৰায় ভাল ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ নিজৰ হকে পদক্ষেপ লওক ৷ প্ৰেমত শুভ ৷

সিংহ ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ দিনটো আনন্দময় হ’ব ৷ সন্তানৰ স্বাস্থ্য যতন লওক ৷

কন্যা ৰাশি : আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে ভালদৰে পঢ়ি লওক ৷ দিনটো বৰ ভাল নহয় ৷ মানসিক অশান্তি হোৱাৰ সম্ভাৱনা ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা ৷ কামৰ বোজাৰ পৰা সাৱধান ৷

তুলা ৰাশি : দিনটো শুভ ৷ ভ্ৰমণৰ যোগ ৷ সহোদৰৰ সৈতে সম্পৰ্ক উন্নত ৷ ব্যৱসায়ত শুভ ৷ বিদেশৰ পৰা ভাল খবৰ লাভৰ সম্ভাৱনা ৷ শত্ৰুৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷

বৃশ্চিক ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ খৰচ বৃদ্ধি ৷ শিক্ষাৰ্থীসকলৰ বাবে দিনটো কিছু কঠিন হ’ব ৷

ধনু ৰাশি : দিনটো শুভ ৷ গ্ৰহ ভাল ৷ লক্ষ্মী দেৱীৰ কৃপা আছে ৷ স্বাস্থ্য উন্নত ৷ যাত্ৰা শুভ ৷

মকৰ ৰাশি : নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷ ব্যৱসায়ত সফল ৷ কৰ্মত মনোযোগ দিয়ক ৷

কুম্ভ ৰাশি : দিনটো প্ৰায় শুভ ৷ স্বাস্থ্য মধমীয়া ৷ খৰচ বৃদ্ধি ৷ আনক ধাৰ দিয়াৰ পৰা বিৰত থাকক ৷

মীন ৰাশি : কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ বিপদৰ আশংকা নাই ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰক ৷ ভ্ৰমণৰ যোগ ৷ প্ৰতিযোগিতাত সফল ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷

Last Updated : Aug 20, 2021, 6:17 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.