ETV Bharat / state

বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত স্থাপন ক'ভিড কেয়াৰ চেণ্টাৰ

author img

By

Published : May 18, 2021, 2:24 PM IST

শেহতীয়াভাৱে বকো আৰু ছয়গাঁৱতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণাই ৷ ঠাইখনত দ্ৰুতহাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে বকো আৰু ছয়গাঁৱবাসী ৰাইজ ৷ সোমবাৰে নৱ নিৰ্বাচিত বিধায়ক ৰেকিবুদ্দিন আহমেদ অঞ্চলটোত উপস্থিত হৈ বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

Covid Care Centre set up at Bamunigaon Model Hospital
বামুনীগাঁও আদৰ্শ চিকিৎসালয়ত স্থাপন ক'ভিড কেয়াৰ চেণ্টাৰ

বকো,18 মে': ৰাজ্যত কৰ'ণাৰ দ্বিতীয়টো ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰাত শংকিত হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে প্ৰতিখন জিলা প্ৰশাসন ৷ আন ঠাইৰ লগতে শেহতীয়াভাৱে বকো আৰু ছয়গাঁৱতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণাই ৷ ঠাইখনত দ্ৰুতহাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে বকো আৰু ছয়গাঁৱবাসী ৰাইজ ৷

সোমবাৰে ছয়গাঁৱত ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ অঞ্চলটোত উপস্থিত হয় নৱ নিৰ্বাচিত বিধায়ক ৰেকিবুদ্দিন আহমেদ ৷ বিধায়কগৰাকীয়ে সমষ্টিটোত উপস্থিত হৈ ছয়গাঁৱস্থিত বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ 60 খন বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰ মুকলি অনুষ্ঠানত ছয়গাঁৱৰ ৰাজহ চক্ৰ বিষয়া, বকোৰ ৰাজহ চক্ৰৰ সংযুক্ত বিষয়া সুৰজিত কলিতা, মহকুমাৰ স্থাস্থ্য বিষয়া ড° মহিতোষ বেনাৰ্জী উপস্থিত থাকে ।

লগতে পঢ়ক: ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.