ETV Bharat / state

ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ মধ্যাহ্ন ভোজন আঁচনি - অক্ষয় পাত্ৰ ফাউণ্ডেশ্বন

ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী পৰিষদৰ সংবাদমেল ৷ ৰঙিয়াৰ চি পি আই এমৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলখনত মধ্যাহ্ন ভোজন কৰ্মচাৰী বিভিন্ন দিশ আলোচিত হয় ৷ ৷

ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ মধ্যাহ্ন ভোজন আঁচনি
author img

By

Published : Aug 30, 2019, 9:25 PM IST

ৰঙিয়া, 30 আগষ্টঃ ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী পৰিষদৰ সংবাদমেল ৷ মধ্যাহ্ন ভোজন আঁচনিখন চৰকাৰে ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী পৰিষদৰ সংবাদমেল ৷ ৰঙিয়াৰ চি পি আই এমৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলখনত মধ্যাহ্ন ভোজন কৰ্মচাৰী বিভিন্ন দিশ আলোচিত হয় ৷ বিগত 9 বছৰ ধৰি মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে মাহে মাত্ৰ এহেজাৰ টকা মাননিৰে কৰ্মৰত হৈ থকাৰ লগতে প্ৰাথমিক বিদ্যালয় সমুহত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নোহোৱা হেতুকে তেওঁলোকে এই ভূমিকাও পালন কৰি থকাৰ বিষয়েও আলোচনা কৰা লয় ৷

ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ মধ্যাহ্ন ভোজন আঁচনি

মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে বিভিন্ন সময়ত আবেদন-নিবেদন তথা আন্দোলন কৰি অহাৰ পিছতো চৰকাৰে এই বিষয়ত এতিয়ালৈকে কোনো কাণসাৰ দিয়া পৰিলক্ষিত হোৱা নাই ৷ আনহাতে অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন অক্ষয় পাত্ৰ ফাউণ্ডেচনক চমজাই দিয়াৰ পূৰ্ণ প্ৰস্তুতি চলাইছে ৷ সেয়েহে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে অহা 4 চেপ্তেম্বৰত প্ৰতিখন জিলাৰ শিক্ষাখণ্ড বিষয়াৰ কাৰ্যালয় ঘেৰাওৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ৷ ইয়াৰ পিছতো যদি চৰকাৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ দাবী মানি নলয় তেন্তে প্ৰতিবাদকাৰীসকলে গণতান্ত্ৰিকভাৱে ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷ উল্লেখ্য যে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ সময়চোৱাত সৰ্বভাৰতীয় কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক কৰ্মচাৰী সংগঠনসমুহেও অংশগ্ৰহণ কৰিব বুলি জনায় ৷

Intro:ৰঙিয়াত সদৌ অসম মধ‍্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সংবাদমেলBody:মধ্যাহ্ন ভোজন আঁচনিখন চৰকাৰে ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ যি প্ৰচেষ্টা চলাইছে তাৰ বিৰোধিতা কৰি ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৰঙিয়াৰ চি পি আই এমৰ কাৰ্যালয়ত আজি ৰঙিয়াত এক সংবাদমেলৰ আয়োজন কৰে। বিগত ৯ বছৰ ধৰি মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে মাহে মাত্ৰ এহেজাৰ টকা মাননিতে কৰ্মদান কৰি আহাৰ লগতে প্ৰাথমিক বিদ্যালয় সমুহত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নোহোৱা বাবে তেনে কৰ্মচাৰীৰ ভূমিকাও পালন কৰি আহিছে। মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে আবেদন-নিবেদন তথা আন্দোলন কৰি অহাৰ পিছতো চৰকাৰে এই বিষয়ত কোনো কানসাৰ দিয়া পৰিলক্ষিত নহল। আনহাতে অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন অক্ষয় পাত্ৰ ফাউণ্ডেশ্বনক চমজাই দিয়াৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। সেয়েহে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে অহা ৪ চেপ্তেম্বৰত জিলাই জিলাই জিলা শিক্ষাখণ্ড বিষয়াৰ কাৰ্যালয় ঘেৰাওৰ কাৰ্য্যসূচী গ্ৰহণ কৰি আন্দোলনৰ হুংকাৰ দিয়ে। যদি ইয়াৰ পিছতো চৰকাৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ দাবী মানি নলয় তেন্তে প্ৰতিবাদকাৰীসকলে গণতান্ত্ৰিকভাৱে ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে । উল্লেখ্য যে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ সময়চোৱাত সৰ্বভাৰতীয় কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক কৰ্মচাৰী সংগঠনসমুহেও অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে । Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.