ETV Bharat / state

উলংগ নৃত্য কাণ্ডঃ তিনি অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Jun 11, 2019, 3:48 PM IST

গ্ৰেপ্তাৰ হোৱা অভিযুক্তকেইটাৰ নাম কালাতলীৰ নিজামুদ্দিন, ভিতৰদুৱাৰৰ ৰকমত আলি আৰু বকোৰ ডাকুৱাপাৰাৰ সঞ্জয় চৌধুৰী বুলি জানিব পৰা গৈছে । তিনিওটা অভিযুক্তকে কামৰূপ জিলাৰ আদালতত হাজিৰ কৰাৰ পিছত ১৪ দিনৰ বাবে জেললৈ প্ৰেৰণ কৰা হয় ।

আচলপাৰা কাণ্ডৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ

কামৰূপ ,১১জুন : কামৰূপ জিলাৰ ছয়গাঁৱৰ গৰৈমাৰীত নৃত্যদলৰ শিল্পীসকলক অশ্লীল-উলংগ নৃত্য প্ৰদৰ্শনৰ বাবে ভাবুকি দিয়া কাণ্ডকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে মঙলবাৰে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা অভিযুক্তকেইটাৰ নাম কালাতলীৰ নিজামুদ্দিন, ভিতৰদুৱাৰৰ ৰকমত আলি আৰু বকোৰ ডাকুৱাপাৰাৰ সঞ্জয় চৌধুৰী বুলি জানিব পৰা গৈছে । তিনিওটা অভিযুক্তকে কামৰূপ জিলাৰ আদালতত হাজিৰ কৰাৰ পিছত ১৪ দিনৰ বাবে জেললৈ প্ৰেৰণ কৰা হয় ।

আচলপাৰা কাণ্ডৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত আৰক্ষীযে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

Slug = choigawu incdent 3  person JAL .

👉 ছায়গাঁওৰ আচলপাৰাত ঘটনালৈ এতিয়া সৰ্বত্ৰ সৃষ্টি হৈছে ব্যপক প্ৰতিক্ৰিয়া।

👉আচলপাৰাৰ ঘটনাত  অভিযুক্ত আন তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আমিনগাঁওৰ গৌৰীপুৰ আৰক্ষী জীমাত।
👉গ্ৰেপ্তাৰ হোৱা লোক কেইজন হল - কালাতলী  নিজামুদ্দিন,
   ভিতৰদুৱাৰৰ  ৰকমত আলি
আৰু বকোৰ ডাকুৱাপাৰাৰ সঞ্জয় চৌধুৰী।
👉কামৰূপ জিলাৰ আদালতত হাজিৰ কৰোৱাৰ পিছত তিনিওকে ১৪ দিনৰ বাবে জে'ল হাজোতলৈ প্ৰেৰণ কৰা হয়।
👉  উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত  আৰক্ষীযে ইতিমধ্যে  দুজন অভিযুক্ত জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.