ETV Bharat / state

ছয়গাঁৱত ৰাভা জনগোষ্ঠীৰ বায়খো উৎসৱ

ছয়গাঁৱৰ ৰিহাবাৰীত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় কৃষিভিত্তিক বায়খো উৎসৱ ৷ সম্প্ৰতি ৰাভা জনগোষ্ঠীৰ বসতি প্ৰধান এলেকাত উদযাপিত হৈ আছে এই বায়খো উৎসৱ ৷

author img

By

Published : Jun 11, 2019, 7:01 AM IST

ছয়গাঁৱত ৰাভা জনগোষ্ঠীৰ বায়খো উৎসৱ

ছয়গাঁও, ১০ জুন : ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু বায়খো পূজা উদযাপন সমিতিৰ উদ্যোগত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাভা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ বায়খো উৎসৱ ৷ মূলত কৃষিকৰ্ম আৰম্ভ কৰাৰ আগমূহূৰ্তত পূজা পাতালৰে কৃষিকৰ্মত নিয়োজিত হৈ পৰাৰ পৰম্পৰা ৰক্ষাৰে পালন কৰা এই বায়খো উৎসৱ হৈছে ৰাভা জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ ৷

ছয়গাঁৱত ৰাভা জনগোষ্ঠীৰ বায়খো উৎসৱ

সোমবাৰে পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে বায়খো উৎসৱ থলীত প্ৰদৰ্শন কৰা হয় বিভিন্ন জনগোষ্ঠীৰ নৃত্য গীত ৷ অনুষ্ঠিত কৰা বিভিন্ন পৰম্পৰাগত খেল ধেমালি ৷ উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকে অসমৰ বিশিষ্ট অভিনেত্ৰী বৰষা ৰাণী বিষয়া ৷

উল্লেখযোগ্য যে ৰাভা হাছং এলেকাৰ ৰিহাবাৰীৰ বায়খো ভূমিত উদযাপন কৰি অহা এই বায়খো উৎসৱ এইবেলি ষষ্ঠ বছৰত ভৰি দিলে ৷ এই উৎসৱ চাবলৈ দূৰ দূৰণিৰ বহু লোক আহি ভিৰ কৰাটো পৰিলক্ষিত হয় ৷

Intro:অসমৰ ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বায়খো উৎসৱ ৷ সম্প্ৰতি ৰাভা জনগোষ্ঠীৰ বসতিপ্ৰধান এলেকাত উৎযাপিত হৈ আছে এই বায়খো উৎসৱ ৷ ছয়গাঁৱৰ ৰিহাবাৰীত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় কৃষিভিত্তিক এই বায়খো উৎসৱ ৷Body:ছয়গাঁও ১০ জুন : ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু বায়খো পূজা উদযাপন সমিতিৰ উদ্যোগত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰাভা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ বায়খো উৎসৱ ৷ মূলত কৃষিকৰ্ম আৰম্ভ কৰাৰ আগমূহূৰ্তত পূজা পাতালৰে কৃষিকৰ্মত নিয়োজিত হৈ পৰাৰ পৰম্পৰা ৰক্ষাৰে পালন কৰা এই বায়খো উৎসৱ হৈছে ৰাভা জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ ৷ সোমবাৰে পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে বায়খো উৎসৱথলীত প্ৰদৰ্শন কৰা হয় বিভিন্ন জনগোষ্ঠীৰ নৃত্য গীত ৷অনুষ্ঠিত কৰা বিভিন্ন পৰম্পৰাগত খেল ধেমালি ৷ উক্ত অনুষ্ঠানত অসমৰ বিশিষ্ট অভিনেত্ৰী বৰষাৰাণী বিষয়াই মুখ্য অতিথি হিচাপে অংগ্ৰহণ কৰি ৰসাল ভাষণ দিয়াৰ লগতে ভাষণৰ মাজতে গীত গাই নাছি বাগি উপস্থিত ৰাইজক আপ্লুত কৰে ৷Conclusion:Byte বৰষাৰাণী বিষয়া

উল্লেখযোগ্য যে ৰাভা হাছং এলেকাৰ ৰিহাবাৰীৰ বায়খো ভূমিত উদযাপন কৰি অহা এই বায়খো উৎসৱ এইবেলি ষষ্ঠ বছৰত ভৰি দিলে ৷ এই উৎসৱ চাবলৈ দূৰ দূৰণিৰ বহু লোক আহি ভিৰ কৰাটো পৰিলক্ষিত হয় ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.