ETV Bharat / state

ছয়গাঁৱত অবৈধ কাঠ মিল জব্দ

author img

By

Published : Aug 23, 2019, 7:50 AM IST

জৰাপাৰাত আৰক্ষী আৰু বন বিভাগৰ অভিযান ৷

জব্দ শাল, চেগুনকে ধৰি বৃহৎ পৰিমাণৰ ফলা কাঠ আৰু গছৰ কুণ্ডা

ছয়গাঁও,23 আগষ্ট:

  • জাৰাপাৰাত উচ্ছেদ এটা অবৈধ কাঠ ফলা মিল
  • বন বিভাগে জব্দ উচ্ছেদ কৰিলে অবৈধ ফলা কাঠৰ দোকান
  • শাল, চেগুনকে ধৰি বৃহৎ পৰিমাণৰ ফলা কাঠ, গছৰ কুণ্ডা জব্দ
    ছয়গাঁৱত অবৈধ কাঠ মিল জব্দ
  • অবৈধ মিলৰ গৰাকী উমেদ আলী পলাতক
  • বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ, বকো আৰক্ষীৰ সহযোগত বন বিভাগৰ এই অভিযান

ছয়গাঁও,23 আগষ্ট:

  • জাৰাপাৰাত উচ্ছেদ এটা অবৈধ কাঠ ফলা মিল
  • বন বিভাগে জব্দ উচ্ছেদ কৰিলে অবৈধ ফলা কাঠৰ দোকান
  • শাল, চেগুনকে ধৰি বৃহৎ পৰিমাণৰ ফলা কাঠ, গছৰ কুণ্ডা জব্দ
    ছয়গাঁৱত অবৈধ কাঠ মিল জব্দ
  • অবৈধ মিলৰ গৰাকী উমেদ আলী পলাতক
  • বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ, বকো আৰক্ষীৰ সহযোগত বন বিভাগৰ এই অভিযান
Intro:Body:ছয়গাঁৱৰ জাৰাপাৰাত আৰক্ষী, বন বিভাগৰ অভিযান। এটা অবৈধ কাঠ ফলা মিল উচ্ছেদ। জব্দ এখন অবৈধ ফলা কাঠৰ দোকান। শাল, চেগুনকে ধৰি বৃহৎ পৰিমাণৰ ফলা কাঠ, গছৰ কুণ্ডা জব্দ। অবৈধ মিল, কাঠৰ দোকানৰ গৰাকী উমেদ আলী পলাতক। বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ অভিযান। বকো আৰক্ষীৰ সহযোগত এই অভিযান।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.