ETV Bharat / state

ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ

ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ ৷ দেওবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাহনুৰ ইছলাম নামৰ যুৱকজনক

ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ
author img

By

Published : Aug 26, 2019, 4:06 PM IST

ছয়গাঁও,26 আগষ্টঃ ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ লগত জড়িত আৰু এজন লোকক গ্ৰেপ্তাৰ ছয়গাঁও আৰক্ষীৰ ৷ ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাত যোৱা 7 জুনৰ নিশা এক সাংস্কৃতিক অনুষ্ঠানত বকোৰ এটি নৃত্য দলক উলংগ নৃত্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল কিছু সংখ্যক লোকে ৷ উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগতে দেওবাৰে নিশা ছাহনুৰ ইছলাম নামৰ যুৱক জনক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে লোকজনক ছয়গাঁও আৰক্ষী থানাত ৰুজু হৈ থকা 529/2019 নম্বৰৰ গোচৰত সোমবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে উক্ত ঘটনাই সমগ্ৰ অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷

Intro:ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ লগত জড়িত আৰু এজন লোকক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷Body:ছয়গাঁও ২৬ আগষ্ট : ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাত যোৱা ৭ জুনত সংঘটিত লজ্জানত ঘটনাত জড়িত আন এজনক গ্ৰেপ্তাৰ। উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দেওবাৰে নিশা ছাহনুৰ ইছলাম নামৰ যুৱক গৰাকীক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ দেওবাৰে নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আচলপাৰাৰ ওচৰৰ ভিতৰদুৱাৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে লোকজনক ছয়গাঁও আৰক্ষী থানাত ৰুজু হৈ থকা 529/2019 নম্বৰৰ গোচৰত সোমবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে যোৱা ৭ জুনৰ নিশা আচলপাৰাত এক সাংস্কৃতিক অনুষ্ঠানত বকোৰ এটি নৃত্য দলক উলংগ নৃত্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল ৷ এই লৈ ইতিমধ্যে সমগ্ৰ অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.