ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আমিনগাঁৱতো CAA ৰ বিৰোধিতাৰে জোঁৰ সমদল - জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আমিনগাঁত এক জোঁৰ সমদল উলিওৱা হয় ৷ অমিনগাঁও হাজো চকৰ পাৰ অমিনগাঁও ছেক গেটলৈ উলিওৱা হয় এই প্ৰতিবাদী সমদল ৷

জোঁৰ সমদল
জোঁৰ সমদল
author img

By

Published : Feb 8, 2020, 10:11 PM IST

আমিনগাঁও, 8 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শনিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত আমিনগাঁৱত ৷ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আমিনগাঁৱত আজি এক জোঁৰ সমদল উলিওৱা হয় ৷ কোনো কাৰণতে জাতিধ্বংসী অভিহিত আইনখন মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ ৷ অমিনগাঁও হাজো চকৰ পাৰ অমিনগাঁও ছেক গেটলৈ উলিওৱা এই সমদলত শতাধিক আছুৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

আমিনগাঁৱতো CAA ৰ বিৰোধিতাৰে জোঁৰ সমদল

লগতে পঢ়ক ঃ CAA বিৰোধিতাৰে নগাঁৱত ছাত্ৰ সন্থাৰ জোঁৰ সমদল

Intro:SLUG- AMINGAON AASU CAA PROTEST GOUR SOMDAL

অমিনগাঁওত আছুৰ কা বাতিলৰ দাবীত জোৰ সমদল উলিয়াই। কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই জোৰ সমদল।
Body:ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। কোনো কাৰণতে জাতিধ্বংসী আইন খন মানি নোলোবাৰ হুংকাৰ কামৰূপ জিলা ছাত্ৰ সন্থাৰ। অসমীযা ভাষা,সংস্কৃতিৰ ভাবুকি স্বৰূপ নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধীতা ।আজি কামৰূপৰ জিলাআঞ্চলিক ছাত্ৰ উদ্যোগ জাতি ধ্বংসী আইন খনৰ বিৰুদ্ধে যোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে আছুই ।অমিনগাঁও হাজো চকৰ পাৰ অমিনগাঁও ছেক গেটলৈ প্ৰায় শতাধিক আছুৰ কৰ্মীই এই জোৰ সমদল অংশ গ্ৰহণ কৰে। Conclusion:মন্ত্রী হিমন্ত বিশ্বৰ শৰ্মাৰ গৃহ সমষ্টিৰ আমীনগাঁও ত হিমন্তবিশ্ব শৰ্মাৰ মূর্দাবাদ , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মূর্দাবাদ ধনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কামৰূপ জিলা ছাত্ৰ সন্থাই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.