ETV Bharat / state

নৈত ভৰি ধুবলৈ গৈ উটি গ'ল ছাত্ৰ - jolajol river

নদীত ভৰি ধুবলৈ যাঁওতেই নদীত উটি যায় যুৱকজন ৷ বাইহাটা চাৰিআলিৰ বিহদিয়াৰ ধনাখণ্ডা আঁচনিৰ সমীপৰ জলাজল নদীত সংঘটিত হয় এই ঘটনা ৷ নিহত যুৱকজন ধনাখণ্ডা গাঁৱৰ হিৰক জ্যোতি দাস বুলি চিনাক্ত ৷

নৈত ভৰি ধুবলৈ গৈ উটি গ'ল ছাত্ৰ
author img

By

Published : Jul 19, 2019, 11:23 PM IST

Updated : Jul 20, 2019, 12:00 AM IST

কামৰূপ, 19 জুলাইঃ কামৰূপৰ বাইহাটাত পানীত পৰি সন্ধানহীন যুৱক ৷ নদীত ভৰি ধুবলৈ যাঁওতেই নদীত উটি যায় যুৱকজন ৷ বাইহাটা চাৰিআলিৰ বিহদিয়াৰ ধনাখণ্ডা আঁচনিৰ সমীপৰ জলাজল নদীত সংঘটিত হয় এই ঘটনা ৷ সন্ধানহীন যুৱকজন ধনাখণ্ডা গাঁৱৰ হিৰক জ্যোতি দাস বুলি চিনাক্ত ৷ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল হিৰক জ্যোতি দাস ৷

নৈত ভৰি ধুবলৈ গৈ উটি গ'ল ছাত্ৰ

উল্লেখ্য যে, ছাত্ৰজনে নিজ গাঁৱৰে এজন মৃত ব্যক্তিৰ সৎকাৰ কৰি আহি নৈত ভৰি ধুবলৈ যাঁওতেই পানীত উটি যায় ৷ আনহাতে, স্থানীয় ৰাইজ তথা এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

Intro:Baihata Youth Salil samadhi

V/O:---ৰাজ্যৰ চৌদিশে বান পানীৰ ভয়াবহ পৰিস্থিতি অব্যাহত থকাৰ পৰিপ্ৰেক্ষিততে বাৰিষাৰ ভৰা নৈয়ে উঠুৱাই নিলে এজন যুৱকক । বাইহাটা চাৰিআলিৰ বিহদিয়াৰ ধনাখণ্ডা আচনিৰ সমীপত কলাজল নদীত ভৰি ধুবলৈ যাওতে নদীত উটি যায় যুৱক জন। যুবক জন ধনাখণ্ডা গাঁৱৰ হিৰক জ্যোতি দাস । ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হিৰক জ্যোতি দাসে নিজ গাঁৱৰে এজন মৃত ব্যক্তিৰ শতকাৰ কৰি আহি এই দুৰ্ঘটনাত পতিত হয় । স্থানীয় ৰাইজ তথা এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে সফল হোৱা নাই ।
বাইট:---Body:.Conclusion:.
Last Updated : Jul 20, 2019, 12:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.