ETV Bharat / state

চাৰি বছৰে নিৰুদ্দেশ হাজোৰ এজন যুৱক - গুৱাহাটী

বিগত চাৰি বছৰে নিৰুদ্দেশ বৰদামপুৰৰ আবু ইফটিকাৰ ৷ পুত্ৰক বিচাৰি হাবাথুৰি বৃদ্ধা পিতৃ-মাতৃৰ৷

চাৰি বছৰে নিৰুদ্দেশ হাজোৰ এজন যুৱক
author img

By

Published : Sep 10, 2019, 1:21 PM IST

হাজো, 10 ছেপ্টেম্বৰঃবিগত চাৰি বছৰে নিৰুদ্দেশ হৈ আছে হাজোৰ বৰদামপুৰৰ আবু ইফটিকাৰ নামৰ এজন যুৱক৷ শৈক্ষিক অৰ্হতাৰ নথিসহ গুৱাহাটীলৈ চাকৰি বিচাৰি ওলাই গৈছিল যুৱকজন৷

চাৰি বছৰে নিৰুদ্দেশ হাজোৰ এজন যুৱক

গুৱাহাটীলৈ চাকৰি বিচাৰি যোৱা দিনাৰ পৰাই সন্ধানহীন হৈ পৰে যুৱকজন ৷ পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰাৰ পাচতো আজি পৰ্যন্ত কোনো সন্ধান বিচাৰি ওলিয়াবলৈ সক্ষম হোৱা নাই৷ অভিযোগ অনুসৰি ঘটনা সন্দৰ্ভত তেওঁলোকে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও তেওঁলোকৰ পুত্ৰৰ সম্ভেদ বিচাৰি উলিয়াবলৈ ব্যৰ্থ হৈছে৷ কোনো ব্যক্তিয়ে যদি নিৰুদ্দেশ ইফটিকাৰৰ কোনো সম্ভেদ লাভ কৰে তেন্তে 8403904901 নম্বৰত যোগাযোগ কৰিবলৈ যুৱক জনৰ পিতৃ-মাতৃয়ে আহ্বান জনায় ৷

Intro:SLUG- Hajo Boy Missing....

বিগত চাৰি বছৰে নিৰুদ্দেশ হাজোৰ বৰদামপুৰৰ আবু ইফতিকাৰ নামৰ যুবক জন।।বৃদ্ধা-পিতৃ মাতৃয়ে পুত্ৰক বিছাৰি হাবিথুৰি খাই অবশেষত এজাহাৰ দাখিল কৰিছে হাজো আৰক্ষী থানাত।

Body:Script-শৈক্ষিক অৰ্হতাৰ নথিসহ গুৱাহাটীলৈ চাকৰি বিচাৰি ওলাই গৈছিল লৰাজন। সেই যে গল বিগত চাৰি বছৰে নিৰুদ্দেশ হাজোৰ বৰদামপুৰৰ আবু ঈফতিকাৰ। ঈফতিকাৰক বৃদ্ধ পিতৃ-মাতৃয়ে বিচাৰি হাবাথুৰি খাইছে। ক'ত যে যোৱা নাই এওলোক ঈফতিকাৰক বিচাৰি। কোনোবাই গুৱাহাটীত দেখা বুলি কলেই পিছদিনাই সেই ঠাইত বিচাৰি যায় ঈফতিকাৰক বৃদ্ধ পিতৃ-মাতৃয়ে। এজাহাৰো দাখিল কৰিছে হাজো থানাত।Conclusion:কিন্তু আজিলৈ সম্ভেদ নোলাল ঈফতিকাৰৰ। সেয়ে বৃদ্ধ পিতৃ-মাতৃৰ কাতৰ অনুৰোধ ঈফতিকাৰ যতেই আছা ঘৰলৈ উভতি আহা। কোনোবাই দেখিলেও যেন ঈফতিকাৰৰ খবৰ দিয়ে ঘৰৰ এই নম্বৰটোত 8403904901।

Byte- বৃদ্ধা পিতৃ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.