ETV Bharat / state

কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কাৰ্যনিৰ্বাহক সভা

author img

By

Published : Nov 28, 2020, 3:54 PM IST

শনিবাৰে বাইহাটা চাৰিআলিৰ কৰৰাত কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত এখনি কাৰ্যনিৰ্বাহক আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া ৷

as_baihata_Book_release_ceremony_vis_ASC 10051
কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কাৰ্যনিৰ্বাহক সভা

বাইহাটা,28 নৱেম্বৰঃ কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কাৰ্যনিৰ্বাহক আৰু গ্ৰন্থ উন্মোচনী সভা ৷ শনিবাৰে বাইহাটা চাৰিআলিৰ কৰৰাত অনুষ্ঠিত এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ৷ অসমৰ জাতীয় জীৱন টনকিয়াল কৰি ৰখাৰ উদ্দেশ্যে অসম সাহিত্য সভাই নতুন অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ লক্ষ্য নিৰ্ণয় কৰা বুলি এই সভাত মন্তব্য কৰে সাহিত্য সভাৰ সভাপতি গৰাকীয়ে ৷

আনহাতে, অনাগত দিনসমূহত নতুন প্ৰজন্মক সাহিত্য সভাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে ডিজিটেল ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনাৰ বিষয়েও সদৰি কৰে সভাপতি কুলধৰ শইকীয়াই ৷

লগতে পঢ়ক-মুখত যি আহে তাকেই বকিছে হিমন্তই : অঞ্জলী দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.