ETV Bharat / state

ছয়গাঁৱৰ উলংগ নৃত্য কাণ্ডঃ গোলাঘাটত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Jun 11, 2019, 7:45 PM IST

বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ নাৰী সুৰক্ষা সুনিশ্চিত কৰক, ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰক, অসমীয়া সংস্কৃতি পৰম্পৰা অক্ষুণ্ণ ৰাখক আদি শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ ।

ছয়গাঁও কাণ্ডৰ প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ

গুৱাহাটী, 11 জুন : ছয়গাঁৱত সংঘটিত হোৱা লজ্জাজনক কাণ্ডৰ পাছতে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে ৷ বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ নাৰী সুৰক্ষা সুনিশ্চিত কৰক, ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰক, অসমীয়া সংস্কৃতি পৰম্পৰা অক্ষুণ্ণ ৰাখক আদি শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ । অতি শীঘ্ৰে চৰকাৰক এই নিৰ্লজ্জ কাণ্ডৰ লগত জড়িতসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈও দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

ছয়গাঁও কাণ্ডৰ প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ

উল্লেখ্য যে ছয়গাঁৱৰ চৰাঞ্চলত নৃত্য শিল্পীক উলংগ নৃত্য কৰিবৰ বাবে একাংশ উদণ্ড দৰ্শকে দাবী-ধমকি দি অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

Golaghat 11.06.2019
slug : as_glt_biswa hindu parisad protest_vis_byte_7205572
O.C. : গুৱাহাটীৰ বকো ছয়গাওঁত যি লজ্জাজনক কাণ্ড সংঘটিত হল তাৰ প্ৰতিবাদ জনায় মঙ্গলবাৰে বিশ্ব হিন্দু পৰিষদ গোলাঘাট জিলা সমিতিয়ে গোলাঘাট উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। নাৰী সুৰক্ষা সু-নিশ্চিত কৰক, ধৰ্ষণ কাৰীৰ কাৰণে কঠোৰ আইন প্ৰণয়ন কৰক, অসমীয়া সংস্কৃতি পৰম্পৰা অক্ষুণ্ণ ৰাখক আদি বিভিন্ন শ্লো'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ ৰাজপথ। অতি শীঘ্ৰে চৰকাৰক এই নিৰ্লজ্জ কাণ্ডৰ লগত জড়িত সকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই।
Byte 1: নেতা, বিশ্ব হিন্দু পৰিষদ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by ftp.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.