গুৱাহাটী,2এপ্ৰিলঃ"গছ গুৰিতে কাটিব লাগে ৷ বিজেপিৰ সাংসদ যাতে সংসদলৈ নিৰ্বাচিত হ'ব নোৱাৰে ৷ যাৰ বাবে বিজেপিয়ে চৰকাৰেই যাতে গঠন কৰিব নোৱাৰে ৷ তেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ লেথাও শেষ ৷
নিৰ্বাচনী প্ৰচাৰ সভাত ভুৱনেশ্বৰ কলিতাৰ মুখত কেবৰ প্ৰসংগ
সোমবাৰে ভুৱনেশ্বৰ কলিতাই কৰ্মীসভাত অংশ লৈ অমিত শ্বাহে উত্তৰ পূৰ্বাঞ্চলত ২৫ খন আসনৰ ভিতৰত ২১ খন আসনে বিজেপিয়ে পাব বুলি কৰা মন্তব্যক ভিত্তিহীন বুলি মন্তব্য কৰে ৷
প্ৰচাৰসভাত ভুৱনেশ্বৰ কলিতা
গুৱাহাটী,2এপ্ৰিলঃ"গছ গুৰিতে কাটিব লাগে ৷ বিজেপিৰ সাংসদ যাতে সংসদলৈ নিৰ্বাচিত হ'ব নোৱাৰে ৷ যাৰ বাবে বিজেপিয়ে চৰকাৰেই যাতে গঠন কৰিব নোৱাৰে ৷ তেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ লেথাও শেষ ৷
Slug:---Baihata MP Bhubaneswar Kalita
V/O:---বিজেপি দলৰ সাংসদক বিদায় দি কংগ্ৰেছ দলক জয়ী কৰাবৰ বাবে আহ্বান তথা অনুৰোধ জনাই মঙ্গলদৈ লোক সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভূবনেশ্বৰ কলিতাই । অমিত শ্বাহে উত্তৰ পূৰ্বাঞ্চলত ২৫ খন আসনৰ ভিতৰত ২১ খন আসন বিজেপি দলে দখল কৰিব বুলি কৰা মন্তব্যৰ ওপৰত কোনো গুৰুত্ব নিদিও বুলি উল্লেখ কৰে কলিতা দেবে । গুৰত্ব নিদিয়াৰ কাৰন বাখ্য কৰে এনেদৰে----
Byte :----
V/O:----অসমৰ জাতীয় জীৱনৰ ভাষা , কৃষ্টি ,সংস্কৃতি ধ্বংস কৰিব পৰা কোনো ধৰনৰ প্ৰচেষ্টাক সফল হবলৈ নিদিয়ে বুলিও উল্লেখ কৰে ভূবনেশ্ৰ কলিতাই । বাইহাটা চাৰিআলিত কংগ্ৰেছ কৰ্মী সকলৰ লগত মত বিনিময় কৰা সভাৰ পিছত এই দৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে ।
বাইট:-----