ETV Bharat / state

ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ কাৰ্যকৰ্তাৰ সন্মিলন - ৰাষ্ট্ৰীয় বজৰংগ দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিং

ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত দলীয় কৰ্মকৰ্তা সকলৰ লগত এক সভাত মিলিত হয় ৰাষ্ট্ৰীয় বজৰংগ দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিং আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মনোজ কুমাৰ চাহু ৷

bajarang-dal-and-national-hindu-parisad-meeting-at-rangia
ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ কাৰ্যকৰ্তাৰ সন্মিলন
author img

By

Published : Jan 9, 2021, 5:25 PM IST

ৰঙিয়া,9 জানুৱাৰী: তিনিদিনৰ ভ্ৰমণ কাৰ্যসূচীৰে অসমত আহি উপস্থিত হৈছে ৰাষ্ট্ৰীয় বজৰংগ দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিং আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মনোজ কুমাৰ চাহু ৷ সাংগঠনিক স্থিতি মজবুত কৰাৰ উদ্দেশ্যে অসমলৈ অহাৰ পিছত শনিবাৰে ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত দলীয় কৰ্মকৰ্তা সকলৰ লগত এক সভাত মিলিত হয় দুয়োগৰাকী নেতা ৷ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ ৰঙিয়া জিলাৰ কাৰ্যকৰ্তা সন্মিলনখনত ৰঙিয়াৰ জিলাৰ পূৰ্ণাংগ কমিটি গঠন কৰা হয় ৷

ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ কাৰ্যকৰ্তাৰ সন্মিলন

সভাখনত দুই শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ ৰঙিয়াৰ সভাত অংশগ্ৰহণ কৰাৰ পিছত,সাংগঠনিক কামৰ বাবে অসমৰ কেইবাঠাইলৈ যাব দুয়োগৰাকী নেতা ৷

লগতে পঢ়কঃ পত্নী-কন্যাক হত্যা কৰি অৱশেষত হত্যাকাৰীৰো মৃত্যু ৰাইজৰ প্ৰহাৰত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.