ETV Bharat / state

বাইহাটা চাৰিআলিত ৰে’লৰ খুন্দাত নিহত 1

সোমবাৰে বাইহাটা চাৰিআলিৰ তুহুৰাত ৰে’লৰ খুন্দাত এজন যুৱকৰ মৃত্যু ৷ ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য ৷

author img

By

Published : May 6, 2019, 4:31 PM IST

Updated : May 6, 2019, 5:02 PM IST

বাইহাটা চাৰিআলিত ৰে’লৰ খুন্দাত নিহত 1
  • বাইহাটা চাৰিআলিৰ তুহুৰাত দুৰ্ঘটনা
  • চলন্ত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এজনৰ
  • নিহত যুৱকজন ছিপাঝাৰৰ হেঙালপাৰা গাঁৱৰ আব্দুল হেকিম(20) বুলি চিনাক্ত
  • এইয়া দুৰ্ঘটনা নে আত্মহত্যা সঠিক ভাৱে জানিব পৰা হোৱা নাই
    বাইহাটা চাৰিআলিত ৰে’লৰ খুন্দাত নিহত 1

  • বাইহাটা চাৰিআলিৰ তুহুৰাত দুৰ্ঘটনা
  • চলন্ত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এজনৰ
  • নিহত যুৱকজন ছিপাঝাৰৰ হেঙালপাৰা গাঁৱৰ আব্দুল হেকিম(20) বুলি চিনাক্ত
  • এইয়া দুৰ্ঘটনা নে আত্মহত্যা সঠিক ভাৱে জানিব পৰা হোৱা নাই
    বাইহাটা চাৰিআলিত ৰে’লৰ খুন্দাত নিহত 1
Intro:Baihata Train Cut 1 Dead

V/O:---বাইহাটা চাৰিআলিৰ তুহুৰাত দুৰ্ঘটনা । চলন্ত ৰেলগাড়ীয়ে প্ৰাণ ললে এজন প্ৰায় ২০ বছৰীয়া যুৱকৰ । বাইহাটা চাৰিঅআলিৰ তুহুৰাৰ উন্মুক্ত ৰেল গেটত সংঘটিত হয় এই দুৰ্ঘটনা । নিহত যুবক জন দৰংজিলা চিপাঝাৰৰ হেঙালপাৰা গাৱৰ আব্দুল হেকিম বুলি চিনাক্ত । এইয়া দুৰ্ঘটনা নে আত্মহত্যা সঠিক ভাবে জানিব পৰা হোৱা নাই ।
Body:.Conclusion:Gautam deka.
Last Updated : May 6, 2019, 5:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.