ETV Bharat / state

শীঘ্ৰে সম্পূৰ্ণ হ'ব বাইহাটাৰ তীখা প্ৰকল্পৰ নিৰ্মাণ

author img

By

Published : Jun 11, 2019, 10:08 PM IST

লোক সভাৰ সাংসদ দিলীপ শইকীয়াৰ লগ লাগি তীখা প্ৰকল্পটো পুনৰ নিৰ্মাণৰ চেষ্টা চলাব বুলি জনায় নৱ নিৰ্বাচিত ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷

এইবাৰ সম্পূৰ্ণ হ'ব বাইহাটাৰ অসম্পূৰ্ণ তীখা প্ৰকল্প

বাইহাটা,১১ জুনঃ শীঘ্ৰে বাইহাটা চাৰিআলিৰ দ গাঁও তীখা প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব নৱ নিৰ্বাচিত ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই । লোকসভাৰ সাংসদ হৈ থকা সময়তে তীখা প্ৰকল্পটিৰ আধাৰশিলাৰ লগতে কিছু নিৰ্মাণ কাৰ্যও সম্পন্ন হৈছিল । কিন্তু ৰাজনৈতিক মেৰপাকত প্ৰকল্পটিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ বিপৰীতে জহি খহিহে যাবলৈ ধৰে । সেয়ে এইবাৰ পুনৰ ৰাজ্য সভাৰ সাংসদ নিৰ্বাচিত হোৱাত লোক সভাৰ সাংসদ দিলীপ শইকীয়াৰ লগ লাগি পুনৰ নিৰ্মাণৰ চেষ্টা চলাব । বাইহাটাৰ পুঠিমাৰীত নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ।

Intro:Baihata MP Dilip saikia & Biren Baishya

V/O:----বাইহাটা চাৰিআলিৰ দগাও তীখা প্ৰকল্পটি সম্পূৰ্ন কৰাৰ চেষ্টা কৰিব নব নিৰ্বাচিত ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই । লোক সভাৰ সাংসদ হৈ থকা সময়তে তীখা প্ৰকল্পটিৰ আধাৰশিলাৰ লগতে কিছু নিৰ্মান কাৰ্য্যও সম্পন্ন হৈছিল । কিন্তু ৰাজনৈতিক মেৰপাকত প্ৰকল্পটিৰ নিৰ্মান সম্পুৰ্ন হোৱাৰ বিপৰীতে জহি খহিহে যাবলৈ ধৰে । সেয়ে এইবাৰ পুনৰ ৰাজ্য সভাৰ সাংসদ নিৰ্বাচিহোৱাত লোক সভাৰ সাংসদ দিলীপ শইকীয়াৰ লগ লাগি পুনৰ নিৰ্মানৰ চেষ্টা চলাব । বাইহাটাৰ পুঠিমাৰীত এক নব নিৰ্বাচিত সাংসদক অভিনন্দন জনোৱা অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ আগত প্ৰকাশ কৰে ।
Byte:---
V/O:----নব নিৰ্বাচিত সাংসদ দিলীপ শইকীয়া লগ হৈ কাম কৰি যাব বুলি উল্লেখ কৰে । ৰঙিয়াৰ তুলসীবাৰিত থকা এপ'লো মিল কোনো কাৰনতে মৰহি যাবলৈ নিদিয়ে বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে । এপ'লোক অধিক কাৰ্য্য ক্ষম কৰি তোলাৰ বাবে যি ভূমিকা থাকিব সেয়া কৰি যাব বুলি মত পোষণ কৰে ।
Byte:---
V/O:----দুয়োগৰাকী সাংসদৰ সহযোগীতাত মঙগলদৈ লোক সভা সমষ্টীৰ বিভিন্ন সমস্যা পুৰন কৰিব পাৰিব বুলি আশাবাদী কমলপুৰ সমষ্টীৰ বিধায়ক সত্যব্ৰত কলিতা ।
Byte:---Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.