ETV Bharat / state

কমলপুৰ সমষ্টি অগপৰ দখলত থকাটো এশ শতাংশ নিশ্চিতঃসত্যব্ৰত কলিতা

author img

By

Published : Aug 17, 2020, 11:59 AM IST

সোমবাৰে কমলপুৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈ বিধায়কগৰাকীয়ে কয় যে, কমলপুৰত বিজেপিয়ে কোনো কাৰণতে আসন কাঢ়ি নিব নোৱাৰে ৷ আগন্তুক নিৰ্বাচনত অগপৰ সাংগঠনিক ভেটি মজবুত থকা মুঠ 40 টা সমষ্টি, অগপ দলক এৰি দিবলৈ বিজেপিক হেঁচা প্ৰয়োগ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিধায়ক সত্যব্ৰত কলিতাই ৷

Baihata MLA satyabrat Kalita reaction about kamalpur seat
কমলপুৰ সমষ্টি আগপৰ দখলত থকাটো এশ শতাংশ নিশ্চিতঃসত্যব্ৰত কলিতা

বাইহাটা, 17 আগষ্টঃ আগন্তুক বিধানসভা নিৰ্বাচনত কমলপুৰ সমষ্টি অগপৰ দখলত থকাটো এশ শতাংশ নিশ্চিত ৷ এই মন্তব্য সমষ্টিটোৰ বিধায়ক তথা অসম গণ পৰিষদ দলৰ উপ-সভাপতি সত্যব্ৰত কলিতাৰ ৷ অগপৰ দখলত থকা প্ৰতিটো সমষ্টি অগপই লাভ কৰাটোৱে মিত্ৰতাৰ প্ৰাথমিক চৰ্ত বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

কমলপুৰত বিধায়ক সত্যব্ৰত কলিতা

উল্লেখ্য যে, সোমবাৰে কমলপুৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈ বিধায়কগৰাকীয়ে কয় যে, কমলপুৰত বিজেপিয়ে কোনো কাৰণতে আসন কাঢ়ি নিব নোৱাৰে ৷ আগন্তুক নিৰ্বাচনত অগপৰ সাংগঠনিক ভেটি মজবুত থকা মুঠ 40 টা সমষ্টি অগপ দলক এৰি দিবলৈ বিজেপিক হেঁচা প্ৰয়োগ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিধায়ক সত্যব্ৰত কলিতাই ৷

কমলপুৰ সমষ্টি অগপৰ দখলত থকাটো এশ শতাংশ নিশ্চিতঃসত্যব্ৰত কলিতা

আনহাতে, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই 2021 চনৰ বিধানসভা নিৰ্বাচনত কমলপুৰত কমল ফুলিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি, কমল ফুলাৰ অৰ্থ সাংসদ গৰাকীয়ে মিত্ৰজোটৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ কথাহে কৈছে বুলি কয় ৷

লগতে পঢ়ক-পুলৱামাত সন্ত্ৰাসবাদীৰ দ্বাৰা সংস্থাপিত আই ই ডি উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.