ETV Bharat / state

বাইহাটা চাৰিআলিত কিশোৰী সন্ধানহীন

author img

By

Published : Feb 1, 2020, 12:14 PM IST

24 জানুৱাৰীৰ নিশা পৰিয়ালৰ সৈতে ভাত-পানী খাই বাহিৰলৈ ওলাই যোৱাৰে পৰা সন্ধান নাই বাইহাটাৰ জিন্টি বৰুৱাৰ ৷ বহু সময়লৈকে উভতি নহাত ঘৰৰ লোকে সন্ধান চলায় যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই জিন্টিৰ ৷

Baihata Girl missing
বাইহাটা চাৰিআলিত কিশোৰী সন্ধানহীন

বাইহাটা চাৰিআলি, 1 ফেব্ৰুৱাৰীঃ বাইহাটা চাৰিআলিত কিশোৰী সন্ধানহীন ৷ বিগত এসপ্তাহে নিজ কন্যাৰ সন্ধান উলিয়াব নোৱাৰি ক্ৰন্দনত ভাগি পাৰিছে এগৰাকী মাতৃ ৷ সন্ধানহীন যুৱতীগৰাকী বাইহাটাৰ আল্টা গাঁৱৰ জিন্টি বৰুৱা ৷ 24 জানুৱাৰীৰ নিশা পৰিয়ালৰ সৈতে ভাত-পানী খাই বাহিৰলৈ ওলাই যোৱাৰে পৰা সন্ধান নাই কিশোৰী গৰাকীৰ ৷ বহু সময়লৈকে উভতি নহাত ঘৰৰ লোকে সন্ধান চলায় যদিও এই পৰ্যন্ত পৰিয়ালৰ কোনো সন্ধান লাভ কৰা নাই জিন্টিৰ ৷ কোনো দুষ্কৃতিকাৰীয়ে কিশোৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বাইহাটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷

বাইহাটা চাৰিআলিত কিশোৰী সন্ধানহীন

লগতে পঢ়ক-শুৱালকুছিত আৰম্ভ সাহিত্যৰ মহা উৎসৱ

Intro:V/O-বাইহাটা চাৰিআলিত ক্ৰন্দনত ভাগি পৰিছে এগৰাকী মাতৃ । নিজৰ কিশোৰী কন্যা গৰাকী এসপ্তাহ দিন ধৰি সন্ধান উলিয়াব নোৱাৰি এইদৰে কান্দি কান্দি ভাগি পৰিছে মাতৃ গৰাকী । বাইহাটা চাৰিআলিৰ আল্টা গাৱৰ ঘটণা । যোৱা ২৪ জানুৱাৰিৰ নিশা পৰিয়ালৰ সৈতে ভাত পানী খাই বাহিৰলৈ যোৱাৰ পৰাই সন্ধান নাই কিশোৰী গৰাকীৰ । পঢ়া শুনাৰ লগতে ছবি অকা আদি সকলো বিষয়তে মেধাবী কিশোৰী গৰাকী দশম শ্ৰেণীৰ ছাত্ৰী আছিল ।কিশোৰী গৰাকী নিশা হঠাৎ নাইকীয়া হোৱাৰ লগে লগে হুৱাদুৱা লাগে গাও খনিত । লগে লগে গাৱৰ মানুহৰ সৈতে পৰিয়ালৰ লোকে কিশোৰী গৰাকীক বিচাৰি যায় যদিও কোনো সন্ধান উলিয়াব নোৱাৰিলে । সেয়ে নিশা বাহিৰলৈ অহাৰ লগে লগে কোনো দুস্কৃতিকাৰিয়ে কিশোৰী গৰাকীক অপহৰন কৰাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ । কিশোৰী গৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়া লৰ লোকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বাইহাটা চাৰিআলি আৰক্ষী থানাত ।
বাইট:---
বাইট:---Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.