ETV Bharat / state

জাপানীজ এনকেফেলাইটিজৰ সম্পৰ্কে সজাগতা

author img

By

Published : Jul 3, 2019, 4:36 AM IST

Updated : Jul 3, 2019, 7:55 PM IST

কুম্ভ কৰ্ণ নিদ্ৰাৰ পৰা সাৰ পালে স্বাস্থ্য বিভাগে । জাপানীজ এনকেফেলাইটিজৰ বিৰুদ্ধে তৎপৰ স্বাস্থ্য বিভাগ ৷

জাপানীজ এনকেফেলাইটিজৰ সম্পৰ্কে সজাগতা

কামৰূপ, 3 জুলাইঃ কামৰূপৰ বাইহাটা চাৰিআলিৰ পাত্ৰপুৰ গাঁৱত জাপানীজ এনকেফেলাইটিজ ৰোগত লোহিত ডেকা নামৰ এজন ব্যক্তিৰ মৃত্যুৰ পিচতে তৎপৰ হৈছে স্বাস্থ্য বিভাগ । বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটি স্বাস্থ্য কৰ্মীৰ দলে অঞ্চলটোত আৰম্ভ কৰিছে সজাগতা । স্বাস্থ্য কৰ্মীৰ দলটোৱে পাত্ৰপুৰ গাঁৱত উপস্থিত হৈ আঁঠুৱা সমূহ ঔষধিকৰণ কৰাৰ লগতে অঞ্চলটোত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰে ৷ গাঁৱখনৰ প্ৰতিটো ঘৰৰ মানুহৰে আঁঠুৱা সমূহ ঔষধিকৰণ কৰে স্বাস্থ্য কৰ্মীৰ দলটোৱে ।

Intro:-Baihata JE Awarness

V/O:---অৱশেষত কুম্ভ কৰ্ণ নিদ্ৰাৰ পৰা সাৰ পালে স্বাস্থ্য বিভাগ । কামৰূপৰ বাইহাটা চাৰিআলিৰ পাত্ৰপুৰ গাৱত জাপানীজ এনকেফেলাইটীজত লোহিত ডেকা নামৰ ব্যক্তি গৰাকীৰ মৃত্যুৰ পিচত তৎপৰ স্বাস্থ্য বিভাগ । বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটি স্বাস্থ্য কৰ্মীৰ দলে লাগি গ'ল সজাগতাত । স্বাস্থ্য কৰ্মীৰ দলটোৱে পাত্ৰপুৰ গাৱত উপস্থিত হৈ ঔষধি কৰনত লাগি গ'ল আঠুৱা সমূহ । এইদৰে গাও খনৰ প্ৰতিঘৰ মানুহৰে আঠুৱা সমূহ ঔষধি কৰন কৰিলে স্বাস্থ্য কৰ্মীৰ দলটোৱে ।
বাইট:----Body:.Conclusion:.
Last Updated : Jul 3, 2019, 7:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.