ETV Bharat / state

বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা: নিহত এজন

15 নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে মহতিয়ালে দুই বাইক আৰোহীক । গুৰুতৰভাবে আহত এজনক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ এজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰণ।

author img

By

Published : Jan 31, 2021, 10:02 AM IST

বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা: নিহত এজন
বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা: নিহত এজন

বাইহাটা, 31 জানুৱাৰী : বাইহাটা চাৰিআলিত শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । 15 নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে মহতিয়ালে দুই বাইক আৰোহীক । গুৰুতৰভাবে আহত এজনক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ এজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰণ ।

বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা: নিহত এজন

উল্লেখযোগ্য যে, বাইহাটা চাৰিআলিৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মঙলদৈ অভিমুখে AS-13-K-3340 নম্বৰৰ মটৰ চাইকেলত আহি আছিল দুয়ো আৰোহী । বাইহাটা চাৰিআলি আৰক্ষী থানাৰ কিছু নিলগত মদন কামদেৱ দেৱালয়লৈ যোৱা গেটৰ সন্মুখতে কোনো অচিনাক্ত বাহনে খুন্দিয়াই যোৱাৰ ফলতে দুৰ্টনাটো সংঘটিত হয় ৷ দুঘৰ্টনাত পতিত হোৱা ব্যক্তি দুজনৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ কিহৰ বাবে লুৰিণ-অখিলৰ সঁহাৰি বিচাৰিলে গৌৰৱ গগৈয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.