ETV Bharat / state

শুৱালকুছিত চোৰা খালে লপা-থপা - শংকৰধাম মন্দিৰ

চোৰটোৱে মন্দিৰৰ দেৱাল পাৰ হৈ ধন লুটিবলৈ চেষ্টা কৰোঁতেই স্থানীয় লোকে দেখি হাতে-লোটে ধৰে ৷ ৰাইজে চোৰটোক উত্তম-মাধ্যম দি অৱশেষত আৰক্ষীক গতাই দিয়ে৷

শুৱালকুছিত চোৰক লপা-থপা ৰাইজৰ
author img

By

Published : May 13, 2019, 3:11 PM IST

শুৱালকুছি, 13 মেঃ নিশা বস্ত্ৰ নগৰী শুৱালকুছিৰ ঐতিহাসিক শংকৰধাম মন্দিৰত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল এটা চোৰ৷ চোৰটোৱে মন্দিৰৰ দেৱাল পাৰ হৈ ধন লুটিবলৈ চেষ্টা কৰোঁতেই স্থানীয় লোকে দেখি হাতে-লোটে ধৰে ৷ ৰাইজে চোৰটোক উত্তম-মাধ্যম দি অৱশেষত আৰক্ষীক গতাই দিয়ে৷

শুৱালকুছিত চোৰক লপা-থপা ৰাইজৰ

উল্লেখ্য যে শুৱালকুছিৰ লগতে সমগ্ৰ অসমতে বৰ্তমান বৃদ্ধি পাইছে মন্দিৰত চুৰি কাণ্ডৰ ঘটনা । সিদ্ধেশ্বৰ দেৱালয়ৰ অষ্টধাতুৰ মূৰ্তি চুৰি হোৱাৰ পিচত ইতিহাস প্ৰসিদ্ধ ঈশ্বৰ শ্ৰীশ্ৰী ন সত্ৰ হনুমান মন্দিৰতো চোৰে চুৰি কৰে ৷ দেওবাৰে নিশা আটক হোৱা মুজাফৰ আলী নামৰ চোৰটোৰ ঘৰ হাজোৰ দামপুৰত ।

SLUG:SUALKUCHI TEMPLE THIFT ARRESTED
*শুৱালকুছিৰ শংকৰধামত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল চোৰ*

 Script-----  নিশা বস্ত্ৰ নগৰী শুৱালকুছিৰ ঐতিহাসিক শংকৰধাম মন্দিৰত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল এইটো গভাইড চোৰ। মন্দিৰৰ দেৱাল পাৰ হৈ প্ৰণামীৰ ধন লুটিব চেষ্টা কৰোঁতেই স্থানীয় লোকে দেখি হাতে লোতে ধৰিলে চোৰতোক। আৰু তাৰ পাছত উত্তম মধ্যম। অৱশেষত শুৱালকুছি আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ আটক কৰি লৈ যায় থানালৈ। শুৱালকুছিকে ধৰি সমগ্ৰ অসমতে এতিয়া বৃদ্ধি পাইছে মন্দিৰত চুৰি কাণ্ডৰ ঘটনা। সিদ্ধেশ্বৰ দেৱালয়ৰ অষ্টধাতুৰ মূৰ্তি চুৰি হোৱাৰ পিছত চুৰি হৈছিল ইতিহাস প্ৰসিদ্ধ ঈশ্বৰ শ্ৰীশ্ৰী ন সত্ৰ হনুমান মন্দিৰ। আৰু যোৱা নিশা শংকৰধাম মন্দিৰ টাৰ্গেট আছিল চোৰৰ। চোৰৰ টাৰ্গেট সফল নহল। ৰাইজৰ হাতত ধৰা পৰি খালে লপা থপা। আৰক্ষী আগত এতিয়ালৈকে মুখ খোলা নাই চোৰে । চোৰজন নাম মুজাফৰ আলি ঘৰ   
হাজোৰ দামপুৰত ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.