ETV Bharat / state

হঠাৎ খহি পৰিল নৱ-নিৰ্মিত OPD চেণ্টাৰৰ চিলিংঃ ঠিকাদাৰৰ প্ৰতি লুন্ঠনৰাজৰ অভিযোগ একাংশৰ

author img

By

Published : Apr 25, 2019, 9:00 PM IST

উল্লেখ্য যে,  নতুনকৈ নিৰ্মাণ কৰা  এই OPD চেণ্টাৰটোৰ নামত অহা ধন ইতিমধ্যে ঠিকাদাৰে জেপত ভৰোৱাৰো অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে৷

হঠাৎ খহি পৰিল নৱ-নিৰ্মিত OPD চেণ্টাৰৰ চিলিংঃ ঠিকাদাৰৰ প্ৰতি লুন্ঠনৰাজৰ অভিযোগ একাংশৰ

শুৱালকুচি, 25 এপ্ৰিলঃ ৰোগীৰ প্ৰাণক লৈ হেতালি একাংশৰ ৷ শুৱালকুচি আয়ুস OPD চেণ্টাৰৰ গৃহ নিৰ্মাণত ভয়ঙ্কৰ বিসংগতি থকাৰ সন্দেহ ৰাইজৰ ৷ বৃহস্পতিবাৰে শুৱালকুছিৰ আয়ুস OPD চেণ্টাৰত হঠাতে খহি পৰিল নৱ নিৰ্মিত গৃহৰ চিলিং৷ উক্ত ঘটনাত কথমপিহে প্ৰাণ ৰক্ষা কৰে কৰ্তব্যৰত নাৰ্ছ আৰু আশা কৰ্মীৰ ৷

আৰু পঢ়ক ডবকাত ভয়ংকৰ দুৰ্ঘটনা

মহাত্মা গান্ধী 30 খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ অন্তৰ্গত আয়ুস OPD চেণ্টাৰটোত সংঘটিত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সচেতন মহলে ৷ উল্লেখ্য যে, নতুনকৈ নিৰ্মাণ কৰা এই OPD চেণ্টাৰটোৰ নামত অহা ধন ইতিমধ্যে ঠিকাদাৰে জেপত ভৰোৱাৰো অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে ৷ সেয়ে নিম্ন মানৰ সামগ্ৰীৰে গৃহ নিৰ্মাণ কৰাৰ ফলত এনে ঘটনা সংঘটিত বুলি প্ৰকাশ কৰে একাংশই ৷

Intro:👉শুৱালকুচি FRU ত ভয়ঙ্কৰ অঘটন ।নৱ নিৰ্মিত গৃহৰ চিলিং খহি পৰিল ।

👉শুৱালকুচি আয়ুস OPD চেণ্টাৰৰ গৃহ নিৰ্মাণত ভয়ঙ্কৰ
বিসংগতি ।

👉স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সমষ্টিত ঠিকাদাৰ লুণ্ঠনৰ হাতোৰা।

👉 ভয়ঙ্কৰ অঘটনৰ পৰা কথমপী ৰক্ষা পৰিলে কৰ্তব্যৰত
নাৰ্ছ আৰু আশা কৰ্মী।
👉 গুণে ধৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য বিভাগ।
👉মন্ত্ৰী নিৰ্বাচনী নাচ গানত ৰসাতলে গৈছে স্বাস্থ্য বিভাগ।
তাৰ স্পষ্ট প্ৰমান এয়া শুৱালকুচিৰ FRU ৰ এইটো আয়ুস
OPD চেণ্টাৰৰ গৃহ নিৰ্মাণ কৰা হৈছিল।
👉 পিছে গৃহ নিৰ্মাণ কৰা কিছু দিন পাছতে এইদৰেই খহি পৰিল।
👉নিম্ন মানৰ সামগ্ৰীৰে গৃহ নিৰ্মাণ কৰি অধিকাংশই ধন ঠিকাদাৰে জেপত ভৰুৱাৰ অভিযোগ।
👉খোদ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত এনে অৱস্থা ৰাজ্যৰ অন্য প্ৰান্তত কি হব ।

Body:।

Conclusion:।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.