ETV Bharat / state

কমলপুৰৰ ৰক্তিমৰ সফলতা - হাইস্কুল শিক্ষান্ত পৰীক্ষা

ভৱিষ্যতে অভিযন্তা হোৱাৰ আশা ৰক্তিমৰ । ৰক্তিমৰ আশা পূৰাবলৈ সদাশয় লোকৰ ওচৰত আৰ্থিক সহায় বিচাৰিছে ৰক্তিমৰ লগতে পৰিয়ালটোৱে ।

সফলতাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতা কেতিয়াও বাধা হব নোৱাৰে
author img

By

Published : May 18, 2019, 11:08 PM IST

কামৰূপ, ১৮ মেঃ শিক্ষা অথবা সফলতাৰ ক্ষেত্ৰত আৰ্থিক দৈন্য কেতিয়াও বাধা হ'ব নোৱাৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ইয়াকে পুনৰ প্ৰমাণ কৰি উজ্বলি উঠিল কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত পুঠিমাৰী আঠাৰাৰ ৰক্তিম জ্যোতি কলিতা ।

সফলতাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতা কেতিয়াও বাধা হব নোৱাৰে

অতি দুখীয়া পৰিয়ালৰ সন্তান ৰক্তিমে পুঠিমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেটা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভৱিষ্যতে অভিযন্তা হোৱাৰ আশা ৰক্তিমৰ । ৰক্তিমৰ আশা পূৰাবলৈ সদাশয় ৰাইজৰ ওচৰত আৰ্থিক সহায় বিচাৰিছে ৰক্তিমৰ লগতে পৰিয়ালটোৱে ।

লগতে আন এটা বাতৰি - পুত্ৰৰ জীৱন ৰক্ষাৰ হেতু ৰাইজৰ ওচৰত সহায় ভিক্ষা

Intro:Baihata Poor Student Good Result

V/O:---শিক্ষা অথবা সফলতাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতা কেতিয়াও বাধা হব নোৱাৰে। সেয়া যুগে যুগে প্ৰমান কৰি আহিছে এচাম কৃতীমানে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ইয়াকে পুনৰ প্ৰমাণ কৰি উজলি উঠিল কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত পুঠিমাৰী আঠাৰাৰ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধা সম্পন্ন ছাত্ৰ ৰক্তিম জ্যোতি কলিতা । এখাজ খাই এখাজ লঘোণে থাকি ৰক্তিমে পুঠিমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্টিংচন লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
মেধাৱী ছাত্র গৰাকীয়ে আৰ্থিক দীনতাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি সফলতাৰ ক্ষেত্ৰত দৰিদ্ৰতা যে হেঙাৰ হব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে । এটি উদ্যোগত শ্ৰমিকৰ কাম কৰা লক্ষীধৰ কলিতাৰ পুত্ৰ ৰক্তিমে অভিযন্তা হোৱাৰ আশা মনত পুহি ৰাখিছে। ৰক্তিমৰ এই হেপাহ পুৰণৰ বাবে প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ।

বাইট

Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.