বাইহাটা চাৰিআলি, ১৫মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান প্ৰিয়ম কাশ্যপৰ। ৫৮৮ নম্বৰৰে ষষ্ঠ স্থান প্ৰিয়ম কাশ্যপৰ। বাইহাটা চাৰিআলিৰ পুঠিমাৰীস্থিত পাইঅ'নিয়াৰ একাডেমীৰ ছাত্ৰ প্ৰিয়ম কাশ্যপে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলি উঠিল ষষ্ঠ স্থানেৰে। ভৱিষ্যতে এজন সু-চিকিৎসক হোৱাৰ আশা প্ৰিয়ম কাশ্যপৰ । দৈনিক ৫/৬ ঘণ্টা অধ্যয়ন কৰিছিল প্ৰিয়ম কাশ্যপে। পঢ়া শুনাৰ প্ৰতিও ছবি আঁকিও ভাল পায় প্ৰিয়মে। যুৱ প্ৰজন্মক ভালদৰে পঢ়া কৰাৰ আহ্বান জনাই প্ৰিয়মে ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান প্ৰিয়ম কাশ্যপৰ - 6th position
ভৱিষ্যতে এজন সু চিকিৎসক হোৱাৰ আশা প্ৰিয়ম কাশ্যপৰ। দৈনিক ৫/৬ ঘণ্টা অধ্য়য়ন কৰিছিল প্ৰিয়ম কাশ্যপে । পঢ়া শুনাৰ প্ৰতিও ছবি আঁকিও ভাল পায় প্ৰিয়মে । যুৱ প্ৰজন্মক ভালদৰে পঢ়া কৰাৰ আহ্বান জনাই প্ৰিয়মে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান প্ৰিয়ম কাশ্যপৰ
বাইহাটা চাৰিআলি, ১৫মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান প্ৰিয়ম কাশ্যপৰ। ৫৮৮ নম্বৰৰে ষষ্ঠ স্থান প্ৰিয়ম কাশ্যপৰ। বাইহাটা চাৰিআলিৰ পুঠিমাৰীস্থিত পাইঅ'নিয়াৰ একাডেমীৰ ছাত্ৰ প্ৰিয়ম কাশ্যপে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলি উঠিল ষষ্ঠ স্থানেৰে। ভৱিষ্যতে এজন সু-চিকিৎসক হোৱাৰ আশা প্ৰিয়ম কাশ্যপৰ । দৈনিক ৫/৬ ঘণ্টা অধ্যয়ন কৰিছিল প্ৰিয়ম কাশ্যপে। পঢ়া শুনাৰ প্ৰতিও ছবি আঁকিও ভাল পায় প্ৰিয়মে। যুৱ প্ৰজন্মক ভালদৰে পঢ়া কৰাৰ আহ্বান জনাই প্ৰিয়মে ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান প্ৰিয়ম কাশ্যপৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান প্ৰিয়ম কাশ্যপৰ
Intro:Baihata 6th Position Priyom Kashyap
V/O:---ধাৰাবাহিক সফলতা ৰক্ষা বাইহাটা চাৰিআলিৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ । বাইহাটা চাৰিআলিৰ পুঠিমাৰিস্থত পাইঅ'নিয়াৰ একাডেমিৰ ছাত্ৰ প্ৰিয়ম কাশ্যপে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলি উঠিল ষষ্ঠ স্থানেৰে । ভবিষ্যতে এজন সু চিকিৎসক হোৱাৰ আশা প্ৰিয়ম কাশ্যপৰ । দৈনিক ৫/৬ ঘণ্টা অধ্যায়ণ কৰিছিল প্ৰিয়ম কাশ্যপে । পঢ়া শুনাৰ প্ৰতিও ছবি আকিও ভাল পায় প্ৰিয়মে । যুৱ প্ৰজন্মক ভালদৰে পঢ়া কৰাৰ আহ্বান জনাই প্ৰিয়মে । প্ৰিয়মে সৰ্বমুঠ নম্বৰ লাভ কৰে ৫৮৮ ।
বাইট:-----Body:.Conclusion:.