ETV Bharat / state

মঙলদৈৰ সাংসদৰ মুখত বিয়ানাম আৰু উৰুলি ! - বিয়ানাম

মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ মুখত বিয়ানাম আৰু উৰুলি । মহিলাৰ বিয়ানাম আৰু উৰুলিয়ে নষ্টালজিক হৈ পৰিল নৱনিযুক্ত সাংসদগৰাকী ।

আমিনগাঁৱত হঠাৎ মঙলদৈৰ সাংসদৰ মুখত বিয়ানাম আৰু উৰুলি !
author img

By

Published : Aug 19, 2019, 3:25 PM IST

আমিনগাঁও, 19 আগষ্টঃ বিয়া নামৰ মিঠা সুৰ আৰু উৰুলিত আত্মবিভোৰ হ'ল সাংসদ দিলীপ শইকীয়া ৷ ৰাজনীতিৰ কথা পাহৰি মহিলাৰ সৈতে একেলগে বিয়া নামত সহযোগ কৰিলে সাংসদ দিলীপ শইকীয়াই ।

আমিনগাঁৱত হঠাৎ মঙলদৈৰ সাংসদৰ মুখত বিয়ানাম আৰু উৰুলি !

বিয়া নাম আৰু উৰুলিৰে জীপাল হৈ পৰিল আমিনগাঁৱৰ যুৱ বিকাশ কেন্দ্ৰৰ বাকৰি ৷ নলবাৰীৰ পশ্চিম বড়িগোগ বীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৯ চনতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সহপাঠীৰ সৈতে অনুষ্ঠিত হোৱা মহামিলনৰ অনুষ্ঠানত সহযোগ কৰিলে সাংসদগৰাকীয়ে । ৩০ বছৰৰ পিছত অনুষ্ঠিত হোৱা এই মহামিলনে নষ্টালজিক কৰিলে সকলোকে । প্ৰাক্তন সহপাঠীৰ সৈতে অনুষ্ঠানত অংশ লয় মঙলদৈৰ নৱনিযুক্ত সাংসদ দিলীপ শইকীয়াই ।

Intro:*SLUG= AMINGAON MP DILIP SAIKIA BIYA NAM*

আমিনগাৱত হঠাৎ নষ্টালজিক মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়া । মহিলাৰ বিয়ানাম আৰু উৰুলিয়ে নষ্টালজিক কৰিলে নৱনিযুক্ত সাংসদ গৰাকীক ।
Body:বিয়া নামৰ মিঠা সুৰ আৰু উৰুলিত আত্মবিভোৰ হ'ল সাংসদগৰাকী।ৰাজনীতিৰ কথা পাহৰি মহিলাৰ সৈতে একেলগে বিয়া নামত সহযোগ কৰিলে সাংসদ দিলীপ শইকীয়াই । বিয়া নাম আৰু উৰুলিৰে জীপাল হৈ পৰিল আমিনগাৱৰ যুৱ বিকাশ কেন্দ্ৰৰ বাকৰি ।=BYTE
Conclusion:

V/O= এয়া হৈছে নলবাৰীৰ পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৯ চনতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সহপাঠীৰ এক মহামিলনৰ অনুষ্ঠান । ৩০ বছৰৰ পিছত ঘটা মহামিলনে নষ্টালজিক কৰিলে সকলোকে । প্ৰাক্তন সহপাঠীৰ শাৰী পূৰাই অনুষ্ঠানত অংশ ল'লে মংগলদৈৰ নৱনিযুক্ত সাংসদ দিলীপ শইকীয়া । বিভিন্ন অনুষ্ঠানৰ লগতে সহপাঠীয়ে গোৱা বিয়া নামতো ভাগ ল'লে সাংসদে ।=BYTE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.