ETV Bharat / state

আমিনগাঁৱত সেনা জোৱানৰ আত্মহত্যা

author img

By

Published : May 8, 2021, 5:10 PM IST

আমিনগাঁও সেনাবাহিনীৰ 236 OP ইঞ্জিনিয়াৰিং ইউনিটত সেনা জোৱানৰ চিপ লৈ আত্মহত্যা ৷ ক'ভিড পৰীক্ষাৰ অন্তত মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰা হ'ব ৷ মৃত যোৱানজন মহাৰাষ্ট্ৰৰ পন্দুকুলা বিজয় ভিট্টাল ৷

আমিনগাঁৱৰ ইঞ্জিনিয়াৰিং ইউনিটত সেনা জোৱানৰ আত্মহত্যা

কামৰূপ,8মে' : আমিনগাঁও আৰ্মী কেম্পত অঘটন । আমিনগাঁওস্থিত সেনাবাহিনীৰ 236 OP ইঞ্জিনিয়াৰিং ইউনিটত সেনা জোৱানৰ চিপ লৈ আত্মহত্যা । নিহত জোৱানজন মহাৰাষ্ট্ৰৰ পন্দুকুলা বিজয় ভিট্টাল বুলি জানিব পৰা গৈছে । শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত নিজ কোঠাত চিপলৈ আত্মহত্যা কৰে সেনা জোৱানজনে । বৰ্তমান আমিনগাঁও নাৰায়ণা হাস্পতালৰ মৰ্গত ৰখা হৈছে মৃতদেহটো । বৰ্তমানলৈকে আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে বৰ্তমান মৃতদেহটো ক'ভিড পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ক'ভিড পৰীক্ষাৰ অন্তত মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰা হ'ব বুলি জানিব পৰা গৈছে ।

অন্য এক খবৰৰ বাবে: আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত স্কুটী আৰোহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.