ETV Bharat / state

এটি বিদ্যুতৰ খুঁটাই ৰঙিয়াত ব্যাহত কৰিলে বিদ্যুৎ সংযোগ - অসম নিউজ

"বুধবাৰে নিশা এখন তীব্ৰ বেগী ট্ৰাকে বিদ্যুতৰ হাই ভল্টেজ পৰিবাহী তাঁৰ সংলগ্ন এটি পকী খুঁটা উভালি নিয়াত সমগ্ৰ ৰঙিয়া নগৰত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে । দুৰ্ঘটনাটোৰ লগে লগে বিদ‍্যুৎ বিভাগে তাৎক্ষণিক ভাৱে বিদ্যুত সংযোগ বন্ধ কৰি দিয়ে অঞ্চলটোৰ ৷ "

এটি বিদ্যুতৰ খুটাই ৰঙিয়াত ব্যাহত কৰিলে বিদ্যুৎ সংযোগ
author img

By

Published : Jun 20, 2019, 10:01 AM IST

ৰঙিয়া, 20 জুনঃ ৰঙিয়াত সংঘটিত পথ দুৰ্ঘটনা । বিদ‍্যুতৰ খুঁটা ট্ৰাকে মহতিয়াই নিয়া বাবে বিদ‍্যুৎ সংযোগ বন্ধ হৈ পৰে ৰঙিয়া নগৰত । বুধবাৰে নিশা এখন তীব্ৰ বেগী ট্ৰাকে বিদ্যুতৰ হাই ভল্টেজ পৰিবাহী তাঁৰ সংলগ্ন এটি পকী খুঁটা উভালি নিয়াত সমগ্ৰ ৰঙিয়া নগৰত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে । দুৰ্ঘটনাটোৰ লগে লগে বিদ‍্যুৎ বিভাগে তাৎক্ষণিক ভাৱে বিদ্যুত সংযোগ বন্ধ কৰি দিয়ে অঞ্চলটোৰ । আনহাতে, দুৰ্ঘটনাটোত কোনোমতে প্ৰাণ ৰক্ষা পৰে বহু লোকৰ । ঘটনা অনুসৰি, ভূটানৰ পৰা ৰঙিয়ালৈ আহি থকা জিপচাম ভৰ্তি NL-01-AB-1328 নম্বৰৰ ট্ৰাকখনৰ অনভিজ্ঞ হেণ্ডিমেনে নিয়ন্ত্ৰণ হেৰুৱাই হাই ভল্টেজ বিদ্যুতৰ পকী খুঁটা এটা উভালি গাড়ীখনেৰে প্ৰায় ১০০ মিটাৰ দূৰলৈ নিয়ে । যাৰ বাবে তাঁৰসমূহ চিঙি সিঁচৰিত হৈ জুইৰ ফিৰিঙতিৰ সৃষ্টি কৰে । ঘটনাৰ কিছুসময় পিছতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে । ইফালে ঘটনাটোত ক্ষুব্ধ ৰাইজে নিশাৰ ভাগতে ট্ৰাকখন আৱদ্ধ কৰি পৰিৱেশ উত্তাল কৰে ।

Intro:ৰঙিয়াত মাজৰাতি দুৰ্ঘটনা। বিদ‍্যুতৰ খুটা ট্ৰাকে মহতিয়াই নিয়া বাবে গোটেই ৰঙিয়া নগৰত বিদ‍্যুৎ সংযোগ বন্ধ হৈ পৰে।Body:ৰঙিয়াত মাজনিশা এখন তীব্ৰ বেগী ট্ৰাকে বিদ্যুতৰ হাই ভল্টেজ পৰিবাহী তাঁৰ সংলগ্ন এটি পকী খুঁটা উঘালি নিয়াত সমগ্ৰ ৰঙিয়া নগৰত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। দুৰ্ঘটনাটোৰ লগে লগে বিদ‍্যুৎ বিভাগে তাৎক্ষণিক ভাৱে বিদ্যুত সংযোগ বন্ধ কৰি দিয়ে অঞ্চলটোৰ। দুৰ্ঘটনাটোত কোনোমতে বহু লোকৰ প্ৰাণ ৰক্ষা পৰে । ঘটনা অনুসৰি ভূটানৰ পৰা ৰঙিয়ালৈ আহি থকা জিপচাম ভৰ্তি NL-01-AB-1328 নম্বৰৰ ট্ৰাকখনৰ অনভিজ্ঞ হেণ্ডিমেনে নিয়ন্ত্ৰণ হেৰুৱাই হাই ভল্টেজ বিদ্যুতৰ পকী খুঁটা এটা উভালি গাড়ীখনেৰে প্ৰায় ১০০ মিটাৰ দূৰলৈ নিয়ে । যাৰ বাবে এই তাঁৰসমূহ চিঙি সিঁচৰিত হৈ জুইৰ স্ফুলিংগৰ সৃষ্টি কৰে। ঘটনাৰ কিছুসময় পিছতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে । ইফালে ঘটনাটোত ক্ষুব্ধ ৰাইজে নিশাৰ ভাগতে ট্ৰাকখন আৱদ্ধ কৰি পৰিবেশ উত্তাল কৰি তোলে ।
Bite:-publicConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.