ছয়গাওঁ, 1 চেপ্তেম্বৰঃ শনিবাৰে নিশা ছয়গাঁৱৰ কুকুৰমাৰাত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয় ৷ টাটা এচিই আৰু স্কুটীৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত হয় স্কুটি আৰোহীজন ৷ নিহত লোকজন ছয়গাঁৱৰ সন্যাসীৰ পাপু ডি চাংমা ৷ আনহাতে টনুৰাম মাৰাক নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত ৷ সংকটজনক অৱস্থাত লোকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
ছয়গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন - টাটা এচিই আৰু স্কুটিৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত হয় স্কুটি আৰোহীজন
ছয়গাঁৱৰ কুকুৰমাৰাত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন ৷ নিহত লোকজন ছয়গাঁৱৰ সন্যাসীৰ পাপু ডি চাংমা ৷ এই ঘটনাত টনুৰাম মাৰাক নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয় ৷
![ছয়গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4305568-thumbnail-3x2-chaygaon.jpg?imwidth=3840)
ছয়গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
ছয়গাওঁ, 1 চেপ্তেম্বৰঃ শনিবাৰে নিশা ছয়গাঁৱৰ কুকুৰমাৰাত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয় ৷ টাটা এচিই আৰু স্কুটীৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত হয় স্কুটি আৰোহীজন ৷ নিহত লোকজন ছয়গাঁৱৰ সন্যাসীৰ পাপু ডি চাংমা ৷ আনহাতে টনুৰাম মাৰাক নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত ৷ সংকটজনক অৱস্থাত লোকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
ছয়গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
ছয়গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
Intro:শনিবাৰে নিশা ছয়গাঁৱৰ কুকুৰমাৰাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয় ৷Body:ছয়গাঁও ১ ছেপ্তেম্বৰ : নিশা ছয়গাাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কুকুৰমাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চোটাহাতী আৰু স্কুটীৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত হয় স্কুটী আৰোহী ৷ নিহত লোকজন হ’ল ছয়গাঁৱৰ সন্যাসীৰ পাপু ডি চাংমা ৷ আনহাতে স্কুটীখনত থকা টনুৰাম মাৰাক নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয় ৷ সংকটজনক অৱস্থাত লোকজনক নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ জানিবপৰমতে নিশা প্ৰায় এঘাৰ বজাত AS 01 BH 6874 নম্বৰৰ স্কুটীখনেৰে পাপু ডি চাংমা আৰু টনুৰাম মাৰাক নামৰ লোক দুজনে কুকুৰমাৰাৰ দিশে গৈ থকা অৱস্থাত ছয়গাঁৱৰ দিশে আহি থকা AS 81 JC 8086 নম্বৰৰ চোটাহাতী খনে খুন্দা মৰাৰ ফলত দুয়ো স্কুটী আৰোহী বাগৰি পৰে ৷ ফলত থিতাতে নিহত হয় স্কুটী আৰোহী পাপু ডি মাৰাক ৷Conclusion: