ETV Bharat / state

সাংসদ কুইন ওজা পুনৰাই সন্মুখীন ক’লা পতাকাৰ - কুইন ওজা

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজাৰাত আছুকৰ্মীসকলে সাংসদ কুইন ওজাক ক’লা পতাকা প্ৰদৰ্শন কৰে ৷ সাংসদগৰাকীক দেখা মাত্ৰে আছুকৰ্মী সকলে "কা আমাক নালাগে,বিজেপি চৰকাৰ গ’বেক,কুইন ওজা গ'বেক" আদি ধব্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

বকোৰ পিছতে আজাৰাত অনুৰূপ ঘটনা
সাংসদ কুইন ওজা পুনৰাই সন্মুখীন ক’লা পতাকাৰ
author img

By

Published : Jan 1, 2020, 5:58 AM IST

আজাৰা,1 জানুৱাৰীঃ ক’লা পতাকাই পিছ এৰা নাই সাংসদ কুইন ওজাৰ ৷ য’তেই যায় ত’তেই সন্মুখীন হয় ক’লা পতাকাৰ ৷ বকোৰ পিছতে অনুৰূপ ঘটনা সংঘটিত হয় আজাৰাত ৷ আজাৰাতো একে পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয় বিজেপি সাংসদ কুইন ওজা ৷

বকোৰ পিছতে আজাৰাত অনুৰূপ ঘটনা

ঘটনা অনুসৰি,আজাৰা ছাত্ৰ সন্থাই সাংসদগৰাকীক প্ৰদৰ্শন কৰে ক’লা পতাকা । মঙলবাৰে সাংসদগৰাকীয়ে আজাৰাত এটি পথৰ উদ্ধোধন কৰিবলৈ আহিছিল । অঞ্চলটোত সাংসদগৰাকীক দেখা মাত্ৰে আছুকৰ্মী সকলে "কা আমাক নালাগে,বিজেপি চৰকাৰ গ’বেক,কুইন ওজা গ'বেক" আদি ধব্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে । পিছত ঘটনাস্থলীত আজাৰা আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰে ।

লগতে চাওকঃ1000 গৰাকী নতুন লেখক-লেখিকালৈ 50 হাজাৰ এককালীন সাহায্য ৰাজ্য চৰকাৰৰ

Intro:আজাৰাত কুইন ওজাক কলা পতাকা প্ৰদৰ্শন ।Body:আজাৰাত গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা সন্মুখীন কলা পতাকাৰ ।

আজাৰা ছাত্ৰ সন্থাই সাংসদগৰাকীক প্ৰদৰ্শন কৰে কলা পতাকা ।

সাংসদগৰাকীয়ে আজাৰাত এটি পথ উদ্ধোধন কৰিব আহিছিল ।

পথ উদ্ধোধন কৰিবলৈ আহোতে সাংসদগৰাকীয়ে সন্মুখীন হয় এই কলা পতাকাৰ ।

আছু কৰ্মী সকলে 'কা' আমাক নালাগে,বিজেপি চৰকাৰ গ' বেক,কুইন ওজা গ' বেক আদি ধব্বনিৰে সাংসদগৰাকীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । Conclusion:পিছত আজাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰন কৰে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.