ETV Bharat / state

স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন ৰঙিয়াৰ এগৰাকী কণ্ঠশিল্পী

শেহতীয়া পৰিস্থিতিৰ সময়তো হাৰ নমনাকৈ জীৱন সংগ্ৰাম চলাই নিবলৈ সক্ষম হৈছে ৰঙিয়াৰ জনপ্ৰিয় গায়ক বিকুল শইকীয়া ৷ জীৱিকা নিৰ্বাহৰ স্বাৰ্থত বিকুলে নিজ ঘৰতে আৰম্ভ কৰে গ্ৰীন জ’ন নামেৰে এখন নাৰ্চাৰী ৷ অতি কম সময়ৰ ভিতৰতে নাৰ্চাৰীখনে গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে সংস্থাপিত হৈছে অন্য দহগৰাকী ব্যক্তি ৷

author img

By

Published : Jun 30, 2020, 2:11 PM IST

A singer open a nursery during lock down at rangia kamrup assam etv bharat news
গ্ৰীন জ’ন নাৰ্চাৰী মুকলি

ৰঙিয়া,30 জুন: মহামাৰী কৰ’ণাই দেশৰ পৰিস্থিতিৰ ওপৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰাৰ সমান্তৰালকৈ সলনি কৰিছে একাংশ লোকৰ জীৱন-জীৱিকা নিৰ্বাহৰ পথ ৷ এচাম লোকে তীব্ৰ আৰ্থিক সংকটত ভোগাৰ বিপৰীতে এচামে নতুন পথ উদঘাটনৰ লগতে নিয়োজিত কৰিছে আন দহজনক ৷ তেনে এক পথকে অৱলম্বন কৰি জীৱন সংগ্ৰামত আগুৱাই গৈছে ৰঙিয়াৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী বিকুল শইকীয়া ৷ দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে বিহুৰ সময়ছোৱাত বাতিল হোৱা সংগীতানুষ্ঠানৰ বাবে শিল্পীগৰাকীৰ জীৱিকা নিৰ্বাহত সৃষ্টি হৈছিল যথেষ্ঠ বাধাৰ ৷ সেয়ে জীৱিকা নিৰ্বাহৰ স্বাৰ্থত বিকুলে নিজ ঘৰতে আৰম্ভ কৰে গ্ৰীন জ’ন নামেৰে এখন নাৰ্চাৰী ৷ অতি কম সময়ৰ ভিতৰতে নাৰ্চাৰীখনে গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে সংস্থাপিত হৈছে অন্য দহগৰাকী ব্যক্তি ৷

ৰঙিয়াত গ্ৰীন জ’ন নাৰ্চাৰী মুকলি

লগতে চাওকঃ বিহালীত হৰিণাৰ মাংসসহ আটক তিনিটা পহু চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.