ETV Bharat / state

দৰঙৰ চিপাঝাৰত এইবাৰ 'কা' বিৰোধী শিল্পী দিৱসঃ জুবিন গাৰ্গ - দৰঙৰ চিপাঝাৰ

দৰঙৰ চিপাঝাৰত প্ৰথমবাৰৰ বাবে এক ব্যতিক্ৰম ৰূপত উদযাপন হ'ব শিল্পী দিৱস ৷ সাধাৰণ ৰাইজক শিল্পী দিৱসত উপস্থিত থাকিবলৈ আহ্বান জুবিন গাৰ্গৰ ৷

zubeen garg byte on shilpi divas
দৰঙৰ চিপাঝাৰত এইবাৰ 'কা' বিৰোধী শিল্পী দিৱসঃ
author img

By

Published : Jan 16, 2020, 7:07 PM IST

গুৱাহাটী,16 জানুৱাৰীঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ সমান্তৰালকৈ বিভিন্ন দিৱস উদযাপন কৰিছে অসমীয়া ৰাইজে ৷ সকলো শিল্পী সমাজ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত 17 জানুৱাৰীত দৰঙৰ চিপাঝাৰত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হ'ব শিল্পী দিৱস ৷ সকলো জনতাক এই শিল্পী দিৱসত উপস্থিত থাকিবলৈ আহ্বান জুবিন গাৰ্গৰ ৷ শিল্পী দিৱসত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাক সুঁৱৰি তেখেতৰ আশীষ লৈ 'কা' বিৰোধী প্ৰতিবাদ পুনৰ তীব্ৰ গতিত চলাই যাম বুলি কোৱাৰ লগতে এইবাৰৰ শিল্পী দিৱস কিছু ব্যতিক্ৰম হ'ব বুলি জনালে অসমৰ জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে ৷

দৰঙৰ চিপাঝাৰত এইবাৰ 'কা' বিৰোধী শিল্পী দিৱস

লগতে পঢ়কঃহিমেশ ৰেশমিয়াৰ সৈতে ই টি ভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ

Intro: ৰাজ্যত এফালে যদি নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ আনফালে উৎসৱৰ সমান্তৰালকৈ বিভিন্ন দিৱস উদযাপন কৰিছে প্ৰতিজন অসমীয়াই। 17 জানুৱাৰীত শিল্পী দিৱস উপলক্ষে সকলো উপস্থিত থাকিবলৈ আহ্বান জুবিন গাৰ্গৰ। নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ সমান্তৰাল কৈ প্ৰতিজন অসমীয়াক কা বিৰোধী প্ৰতিবাদ কৰাৰ বাবে সকলোকে একলগ হবলৈ আহ্বান জুবিন গাৰ্গৰ। Body:সকলো শিল্পী সমাজ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত 17 জানুৱাৰীত দৰঙৰ চিপাঝাৰত প্ৰথম বাৰৰ বাবে উদযাপন কৰিবলৈ লোৱা হৈছে শিল্পী দিৱস। গতিকে সকলো জনতাক এই শিল্পী দিৱসত উপস্থিত থাকিবলৈ আহ্বান জুবিনৰ। কাৰণ এইবাৰৰ শিল্পী দিৱস কিছু ব্যতিক্ৰম হোৱাৰ কথা কলে জুবিন গাৰ্গে। Conclusion:শিল্পী দিৱসত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাক সুঁৱৰি তেখেতৰ আশীষ লৈ কা বিৰোধী প্ৰতিবাদ পুনৰ তীব্ৰ গতিত চলাই যোৱাৰ কথা জনালে জুবিন গাৰ্গে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.