ETV Bharat / state

যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ চেগুনৰ কুণ্ডা - assam

যোৰাবাটৰ খণ্ড বন বিষয়াৰ এটা দলে উদ্ধাৰ কৰে লক্ষাধিক মূল্যৰ চেগুন কাঠৰ কুণ্ডা

যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা
author img

By

Published : Jun 21, 2019, 2:08 PM IST

গুৱাহাটী, 21 জুন : যোৰাবাটত উদ্ধাৰ বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা । যোৰাবাটৰ খণ্ড বন বিষয়াৰ এটা দলে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা খিনি । আমচাং অভয়াৰণ্যৰ কাষতে লাগি থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা উদ্ধাৰ কৰে কুণ্ডাখিনি । যাৰ আনুমানিক বজাৰ মূল্য এক লাখ টকা । যদিও বন বিষয়াৰ দলে কুণ্ডা সৰবৰাহৰ লগত জড়িত কোনো লোকক আটক কৰিব পৰা নাই ।

যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা

উল্লেখ্য যে, আমচাং অভয়াৰণ্যৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা আমচাং বনাঞ্চলৰ পৰা বহুমূলীয়া চেগুন গছ কটাৰ পিছত বন মাফিয়াসকলে বাহনত ভৰ্তি কৰি মেঘালয়লৈ লৈ যায় ৷ আমচাং অভয়াৰণ্যৰ ধ্বংস যজ্ঞ চলি থকাৰ উমানে নাপায় আমচাং অভয়াৰণ্যৰ বন কৰ্মীৰ লগতে যোৰাবাট আৰক্ষীয়ে ।

a_ghy_801_21june_illegal_tree_felling_at_amchang_visual_byte_as10001

আমচাং অভয়াৰণ্যত ধ্বংস যজ্ঞ । যোৰাবাটত বৃহৎ পৰিমাণৰ চেগুন কুণ্ডা উদ্ধাৰ কৰা হয় । যোৰাবাটৰ খণ্ড বন বিষয়াৰ এটা দলে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ চেগুন কুণ্ডা খিনি । আমচাং অভয়াৰণ্যৰ কাষতে লাগি থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা উদ্ধাৰ কৰে কুণ্ডাখিনি । কুণ্ডাখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ টকা । বন বিষয়াৰ কুণ্ডা সৰবৰাহৰ লগত জড়িত কোনো লোকক আটক কৰিব পৰা নাই । উল্লেখযোগ্য যে আমচাং অভয়াৰণ্যৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা আমচাং বনাঞ্চলৰ পৰা বহুমূলীয়া চেগুন গছ কটাৰ পিছত বন মাফিয়া সকলে বাহনত ভৰ্তি কৰি মেঘালয়লৈ লৈ যায় আমচাং অভয়াৰণ্যৰ ধ্বংস যজ্ঞ চলি থকাৰ উমানে নাপায় আমচাং অভয়াৰণ্যৰ বন কৰ্মীৰ লগতে যোৰাবাট আৰক্ষীয়ে । জানিব পৰা মতে আমচাং বনাঞ্চলৰ একাংশ বন বিষয়ৰ লগত গোপন মিতিৰালিৰ বাবে চলি আছে ৰাষ্ট্ৰীয় ঘাইপথত আমচাং অভয়াৰণ্যৰ ধ্বংস যজ্ঞ ।

Byte 

Visual at Ftp

Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.