ETV Bharat / state

নাৰী দিৱসৰ দিনাই সম অধিকাৰৰ দাবীত ৰাজপথত মহিলা - ইটিভি অসম

নাৰী সকলৰ বিভিন্ন সমস্যা লৈ মহানগৰীৰ ৰাজপথত প্ৰতিবাদত নামে শ্ৰমজীৱি মহিলা সমন্বয়ৰক্ষী সমিতিয়ে।

etv bharat
author img

By

Published : Mar 8, 2019, 2:07 PM IST

গুৱাহাটী, ৮ মাৰ্চ : আন্তঃৰ্জাতিক নাৰী দিৱসৰ দিনাই ৰাজপথলৈ ওলাই আহিল মহিলা। নাৰী সকলৰ বিভিন্ন সমস্যা লৈ মহানগৰীৰ ৰাজপথত প্ৰতিবাদত নামে শ্ৰমজীৱি মহিলা সমন্বয়ৰক্ষী সমিতিয়ে।

protest

হাতে-হাতে বেনাৰ-পোষ্টাৰ লৈ কৰ্মৰত মহিলাৰ বিভিন্ন সমস্যা উত্থাপনৰ উদ্দেশ্যে পানবজাৰৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই মহিলা সমন্বয়ৰক্ষী সমিতিয়ে। পুৰুষৰ সমানে মহিলা সকলৰ মজুৰি, কৰ্মস্থলীত মহিলাক সুৰক্ষা প্ৰদান কৰা, মহিলা সকলৰ বাবে কৰ্মস্থলীত উপযুক্ত শৌচালয়ৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি শ্ৰমজীৱী মহিলা সম্বনয়ৰক্ষী সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ।

women takes over road demanding equality

নাৰী দিৱসৰ দিনাই সম অধিকাৰৰ দাবীত ৰাজপথত মহিলা

গুৱাহাটী, ৮ মাৰ্চ : আন্তঃৰ্জাতিক নাৰী দিৱসৰ দিনাই ৰাজপথলৈ ওলাই আহিল মহিলা। নাৰী সকলৰ বিভিন্ন সমস্যা লৈ মহানগৰীৰ ৰাজপথত প্ৰতিবাদত নামে শ্ৰমজীৱি মহিলা সমন্বয়ৰক্ষী সমিতিয়ে।  

হাতে-হাতে বেনাৰ-পোষ্টাৰ লৈ কৰ্মৰত মহিলাৰ বিভিন্ন সমস্যা উত্থাপনৰ উদ্দেশ্যে পানবজাৰৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই মহিলা সমন্বয়ৰক্ষী সমিতিয়ে। পুৰুষৰ সমানে মহিলা সকলৰ মজুৰি, কৰ্মস্থলীত মহিলাক সুৰক্ষা প্ৰদান কৰা, মহিলা সকলৰ বাবে কৰ্মস্থলীত উপযুক্ত শৌচালয়ৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি শ্ৰমজীৱী মহিলা সম্বনয়ৰক্ষী সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ। 
noname.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.