ETV Bharat / state

ক্ষেত্ৰীৰ ইউকো বেংকত গ্ৰাহকৰ লকডাউন ভংগ - women break the lockdown roll in UCO Bank

চৰকাৰী ধন ল'বলৈ ভংগ কৰিলে লক ডাউন ৷ গ্ৰাহকে নামানিলে বেংক কৰ্তৃপক্ষৰ নিৰ্দেশ

women break the lockdown roll in UCO Bank
ক্ষেত্ৰীৰ ইউকো বেংকত গ্ৰাহকৰ লকডাউন ভঙ্গ
author img

By

Published : Apr 17, 2020, 8:36 PM IST

গুৱাহাটী,17এপ্ৰিলঃ ৰাজ্যজুৰি লক ডাউন অব্যাহত থকাৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ মাজত দেখা দিছে খাদ্য আৰু অৰ্থ সংকটে ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত জমা কৰিছে পাঁচশ টকাকৈ ৷ কিন্তু ধন জমা হোৱাৰ পিছতে লক ডাউন ভংগ কৰি ক্ষেত্ৰীৰ ধোপগুৰিৰ ইউকো বেংকত দেখা গ'ল মহিলা গ্ৰাহকৰ ভিৰ ৷ আনকি বেংক কৰ্তৃপক্ষৰ কথাকো আওকাণ কৰি গ্ৰাহকে নামানিলে সামাজিক দুৰত্বৰ নিৰ্দেশ ৷ ইপিনে,একাংশ লোকে ইয়াৰ সুবাদতে বেংকৰ পৰা ধন উলিওৱাৰ বাবে প্ৰয়োজন হোৱা ৰছিদত লিখি দিয়াৰ নামত গ্ৰাহকৰ পৰা 10 টকাকৈ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

ক্ষেত্ৰীৰ ইউকো বেংকত গ্ৰাহকৰ লকডাউন ভঙ্গ

লগতে পঢ়কঃ 12 বছৰেই গছৰ ওপৰত বাস কৰা এগৰাকী ব্যক্তি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.