ETV Bharat / state

নুনমাটি ফৰেষ্টগেটত মহিলাৰ আত্মহনন

author img

By

Published : Nov 14, 2019, 5:44 PM IST

দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা মহিলাগৰাকী শৰীৰৰ লগতে মানসিকভাৱে কিছু দুৰ্বল হৈ পৰিছিল ফলত ওপৰৰ পৰা পিচলি তলত পৰাৰো সন্দেহ স্থানীয় ৰাইজৰ ৷

মহিলাৰ আত্মহনন

নুনমাটি, 14 নৱেম্বৰ: বৃহস্পতিবাৰে মহানগৰীৰ নুনমাটিত সংঘটিত হ'ল আত্মহত্যাৰ ঘটনা ৷ নুনমাটিৰ ফৰেষ্টগেটৰ যুৱনগৰত দুই মহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰে শেৱালী দেউৰী নামৰ এগৰাকী মহিলাই ৷ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ মানসিকভাৱে ভাগি পৰিছিল মহিলাগৰাকী ।

মহিলাৰ আত্মহনন
সেয়ে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ প্ৰকাশ কৰে ৰাইজে। ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে মৃতদেহটো । উল্লেখ্য যে,স্বাস্থ্য বিভাগত কৰ্মৰত আছিল নিহত শেৱালী দেউৰী ।

লগতে পঢ়কঃৰাফেল চুক্তি কেলেংকাৰীৰ পুনৰ বিচাৰ আবেদনক খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Intro:নুনমাটি ফৰেষ্টগেট যুৱ নগৰত অঘটনBody:

নুনমাটিৰ ফৰেষ্টগেটৰ যুৱনগৰত অঘটন
দুই মহলিয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা এগৰাকী মহিলাৰ।
মৃত মহিলাগৰাকী হৈছে শেৱালি দেউৰী।
দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ আক্ৰান্ত হৈ মানসিক ভাৱে ভাগি পিৰিছিল মহিলাগৰাকীয়ে।
সেই বাবে মৃত্যু হোৱা মহিলাগৰাকীয়ে এই চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ প্রত্যক্ষদর্শীৰ।
থিতাতে নিহত মহিলাগৰাকীক 108 সেৱা যোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ঘটনাস্থলীত উপষ্টিত নুনমাটি আৰক্ষী। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
উল্লেখ্য যে, মৃত শেৱালি দেউৰী স্বাস্থ্য বিভাগত কৰ্মৰত আছিল।Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.