ETV Bharat / state

আদালতত হাজিৰ কৰোৱা হ'ব গ্ৰেনেড বিস্ফোৰণত জড়িত যুৱকদ্বয়ক - ন্যায়িক দণ্ডাধীকৰ আদালত

জাহ্নৱী শইকীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত , নগাঁও আৰক্ষীয়ে ইন্দ্ৰমোহন বৰা আৰু চিন্ময় লস্কৰক গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল ৷

চিন্ময় লস্কৰ
author img

By

Published : May 18, 2019, 2:14 PM IST

গুৱাহাটী, 18 মে': জাহ্নৱী শইকীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত , গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত শুকুৰবাৰে নগাঁও আৰক্ষীয়ে ইন্দ্ৰমোহন বৰা আৰু চিন্ময় লস্কৰ নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল ৷ শনিবাৰে আটকাধীন অভিযুক্তদ্বয়ক কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব ৷

আদালতত হাজিৰ কৰোৱা হ'ব গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণত জড়িত যুৱকদ্বয়ক

ইতিমধ্যে, গ্ৰেপ্তাৰ হোৱা যুৱকদ্বয়ক গুৱাহাটীৰ লতাশিল আৰক্ষী থানালৈ অনা হৈছে ৷ বৰ্তমান লতাশিল থানাত অসম আৰক্ষীৰ শীর্ষ বিষয়াই দুয়োগৰাকী অভিযুক্তকে সোধা-পোছা অব্যাহত ৰাখিছে ৷ লগতে অমৃত বল্লৱ গোস্বামীকো জেৰা অব্যহত ৰাখিছে লতাশিল আৰক্ষীয়ে ।

A_GHY_18MAY_801_LATASIL_PC_VIS_BYT_AKASH
জাহ্নৱী শইকীয়াৰে স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত শুক্ৰবাৰে নগাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা দুই অভিযুক্ত ইন্দ্ৰমোহন বৰা আৰু চিন্ময় লস্কৰক আজি হাজিৰ কৰোৱা হ'ব কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীকৰ আদালতত। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা দুয়ো গৰাকীকে গুৱাহাটীৰ লতাশিল আৰক্ষী থানালৈ অনা হৈছে। লতাশিল থানাত অসম আৰক্ষীৰ শীর্ষ বিষয়াই দুয়োগৰাকীৰ অভিযুক্তকে বৰ্তমান সময়ত সোধা-পোছা অব্যাহত ৰাখিছে। লগতে  অমৃত বল্লব গোস্বামীকো জেৰা অব্যহত ৰাখিছে  লতাশিল আৰক্ষীয়ে । 

Photo চিন্মই লস্কৰ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.