জালুকবাৰী, 01 জুলাই : মহানগৰীৰ জালুকবাৰীত দেওবাৰে নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়। আজাৰাৰ পৰা মিঠাতেল লৈ শিলচৰ অভিমুখে গৈ থকা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰে। দুৰ্ঘটনাগ্ৰস্ত মিঠাতেল ভৰ্তি ট্ৰাক খনৰ নম্বৰ AS-০১KC-০৪২৭ ।
জালুকবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰিল ট্ৰাক - ট্ৰাক
আজাৰাৰ পৰা মিঠাতেল লৈ শিলচৰ অভিমুখে গৈ আছিল ট্ৰাক খন ।
জালুকবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰিল ট্ৰাক
জালুকবাৰী, 01 জুলাই : মহানগৰীৰ জালুকবাৰীত দেওবাৰে নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়। আজাৰাৰ পৰা মিঠাতেল লৈ শিলচৰ অভিমুখে গৈ থকা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰে। দুৰ্ঘটনাগ্ৰস্ত মিঠাতেল ভৰ্তি ট্ৰাক খনৰ নম্বৰ AS-০১KC-০৪২৭ ।
Intro:নিশা মহানগৰীৰ জালুকবাৰীত সংঘটিত হয় পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰে এখন ট্ৰাক। আজাৰাৰ পৰা মিঠাতেল লৈ শিলচৰ অভিমুখে গৈ আছিল ট্ৰাকখন। দুৰ্ঘটনাতপতিত হোৱা মিঠাতেলভৰ্তি ট্ৰাকখনৰ নম্বৰ AS01 KC 0427। ইফালে দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। পিছত ঘটনাস্থলীত জালুকবাৰী যানবাহন আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ট্ৰাকখন।Body:Hirul Haque Conclusion:Guwahati